ইতিহাসৰ আজিৰ দিনত
৪ মাৰ্চ
ঘটনাৱলী
- ১৯৫১নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হয়।
জন্ম
- ১৮৫৬তৰু দত্ত, ভাৰতীয় অনুবাদক আৰু কবি।
- ১৮৯২যতীন্দ্ৰ নাথ দুৱৰা, অসমীয়া সাহিত্যিক।
- ১৯২২দীনা পাঠক, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৭১তাৰা, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
- ১৯৭৪প্ৰিয়া কুমাৰ, ভাৰতীয় লেখিকা আৰু অনুপ্ৰেৰণাদায়ী বক্তা।
- ১৯৯৬কমলপ্ৰীত কৌৰ, ভাৰতীয় এথলীট।
মৃত্যু
- ২০১১অৰ্জুন সিং, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৬পি. এ. চাংমা, ভাৰতীয় ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ