অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৪ মাৰ্চ

জন্ম

মৃত্যু

  • ১৮৮৩কাৰ্ল মাৰ্ক্স, জাৰ্মান সমাজ বিজ্ঞানী আৰু মাৰ্ক্সবাদৰ প্ৰবক্তা।
  • ১৮৯৯হেৰ্মান ষ্টাইণ্টল, জাৰ্মান ভাষাতাত্ত্বিক আৰু দাৰ্শনিক।
  • ১৯৯৫উইলিয়াম আলফ্ৰেড ফোলাৰ, ন’বেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
  • ২০১০বীৰেশ্বৰ বৰুৱা, অসমীয়া কবি আৰু সমালোচক।
  • ২০১৮ষ্টিফেন হকিং, ইংৰাজ জ্যোতিৰ্বিজ্ঞানী, এ' ব্ৰিফ হিষ্ট্ৰি অৱ্ টাইমৰ ৰচক।
  • ২০২২মীনা স্বামীনাথন, ভাৰতীয় শিক্ষাবিদ।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ