ইতিহাসৰ আজিৰ দিনত
১৩ মাৰ্চ
জন্ম
- ১৯০৯সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী।
- ১৯১০আকিৰা কুৰোছাৱা, জাপানৰ চলচ্চিত্ৰ পৰিচালক।
- ১৯১৩মিনীমাতা, সৎনামী সমাজৰ গুৰুমাতা।
- ১৯৪৮অসীম বোথ্ৰা, অসমীয়া চলচ্চিত্ৰ কৰ্মী।
- ১৯৫৬দুৰ্গাময়ী বৰা, অসমীয়া গায়িকা।
- ১৯৮২নিম্ৰত কৌৰ, ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী।
- ১৯৮৪গীতা বাছৰা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮০০নানা ফাদ্নাবিছ, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৯৯লী ফক, আমেৰিকান কাৰ্টুনিষ্ট, চলচ্চিত্ৰ পৰিচালক।
- ২০০৭আৰ্নল্ড স্কালেণ্ড, আমেৰিকান মল্লযুদ্ধা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ