ইতিহাসৰ আজিৰ দিনত
১৫ মাৰ্চ
জন্ম
- ১৯৩৫কাঞ্চি ৰাম, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৬৫সুনেত্ৰা গুপ্তা, ভাৰতীয় বিজ্ঞানী।
- ১৯৯৩আলিয়া ভাট, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯৭৮মঘাই ওজা, অসমীয়া ঢোল বাদক।
- ১৯৮৪কালিদাস ভট্টাচাৰ্য, ভাৰতীয় দাৰ্শনিক।
- ১৯৯৮মালতী চৌধুৰী, ভাৰতীয় সমাজকৰ্মী।
- ২০০৮সৰলা ঠকৰাল, প্ৰথম ভাৰতীয় মহিলা বৈমানিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ