ইতিহাসৰ আজিৰ দিনত
৭ নৱেম্বৰ
ঘটনাৱলী
- ১৯১৭ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ হয়। জাৰৰ শাসন অন্ত পৰে।
- ১৯৬২নেলছন মেণ্ডেলাক পাঁচ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয়। পিছত এই দণ্ডাজ্ঞা যাৱজ্জীৱন কৰা হয়।
জন্ম
- ১৮৬৭মেৰী কুৰী, ফৰাচী পদাৰ্থবিদ।
- ১৮৭৮কীৰ্ত্তিনাথ শৰ্মা বৰদলৈ, অসমীয়া সংগীতজ্ঞ।
- ১৮৭৯লিয়ন ট্ৰটস্কি, মাৰ্ক্সবাদী বিপ্লৱী আৰু সূত্ৰবাদী।
- ১৮৮৮চন্দ্ৰশেখৰ ভেংকটাৰামন, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
- ১৯১৯প্ৰদীপ চলিহা, অসমৰ লোককলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক।
- ১৯৪১দ্ৰুপদ বৰগোহাঁই, ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতা।
- ১৯৪৭ঊষা উথুপ, ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
- ১৯৫৪কমল হাছান, ভাৰতীয় চলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা।
- ১৯৬৯নন্দিতা দাস, ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৭০ঋতুপৰ্ণা সেনগুপ্ত, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮১অনুষ্কা শেট্টী, ভাৰতীয় অভিনেত্ৰী৷
- ১৯৯৬এলডোজ পল, ভাৰতীয় এথলেটিকছ।
মৃত্যু
- ১৯৭৯ৰাইমা সেন, ভাৰতীয় অভিনেত্ৰী।
- ২০০০চিদাম্বৰম সুব্ৰমনিয়াম, ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী।
- ২০০৫ভুবন বৰুৱা, অসমীয়া লেখক, অৰ্থনীতিবিদ।
- ২০১৩মৃদুল বৰুৱা, অসমীয়া কবি, চলচ্চিত্ৰ পৰিচালক।
- ২০১৬কানু গান্ধী, ভাৰতীয় বিজ্ঞানী।
- ২০১৯নৱনীতা দেৱ সেন, ভাৰতীয় শিক্ষাবিদ আৰু লেখক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ