ইতিহাসৰ আজিৰ দিনত
৮ নৱেম্বৰ
ঘটনাৱলী
- ১৭৯৩পেৰিছত লুভেৰ যাদুঘৰ মুকলি কৰা হয়।
- ১৮৯৫জাৰ্মানীৰ ৰ’য়েণ্টজেনে ৰঞ্জন ৰশ্মি বা এক্স-ৰে’ আৱিষ্কাৰ কৰে।
জন্ম
- ১৬৫৬এডমাণ্ড হেলি, ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী।
- ১৯০৮ৰাজা ৰাও, প্ৰসিদ্ধ সাহিত্যিক।
- ১৯১৭কমল ৰণদিৱে, ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ।
- ১৯২০চিতাৰা দেৱী, ভাৰতীয় নৃত্য পটীয়সী।
- ১৯২৭এল. কে. আদৱানি, ভাৰতীয় ৰাজনীতিক।
- ১৯৩৮অৰবিন্দ ত্ৰিবেদী, ভাৰতীয় অভিনেতা।
- ২০০১অৱনী লেখাৰা, ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ।
মৃত্যু
- ১৯৬৬কুমুদেশ্বৰ বৰঠাকুৰ, অসমীয়া সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ