ইতিহাসৰ আজিৰ দিনত
৩ নৱেম্বৰ
ঘটনাৱলী
- ১৯৫৭স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়।
জন্ম
- ১৮৮৫কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু অধিবক্তা।
- ১৯৩৩অমৰ্ত্য সেন, ন'বেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ।
- ১৯৩৫প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
- ১৯৩৬ছবিলাল উপাধ্যায়, সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপ্ত অসমীয়া শিক্ষক, সাহিত্যিক।
- ১৯৬৯আশ্ৰাফুল হক, ভাৰতীয় অভিনেতা।
- ১৯৮৪উষা যাদৱ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৫মোনালী ঠাকুৰ, ভাৰতীয় সংগীত শিল্পী আৰু অভিনেত্ৰী।
মৃত্যু
- ১৯৪৭সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯৭৫ছৈয়দ নজৰুল ইছলাম, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ২০১২কৈলাশপতি মিশ্ৰ, ভাৰতীয় ৰাজনৈতিক নেতা।
- ২০১৪সদাশিৱ অমৰপুৰকাৰ, ভাৰতীয় অভিনেতা।
- ২০২৫দীপক শৰ্মা, ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ