ইতিহাসৰ আজিৰ দিনত
২ নৱেম্বৰ
ঘটনাৱলী
জন্ম
- ১৫৩৪ৰামদাস, চতুৰ্থ শিখ গুৰু।
- ১৭৮০মহাৰাজা ৰঞ্জিত সিংহ, পঞ্জাব কেশৰী নামে জনাজাত শিখ সম্ৰাট।
- ১৯৩৩অন্নদা শইকীয়া, অসমৰ সমাজসেৱী আৰু সাহিত্যিক।
- ১৯৬৫শ্বাহৰুখ খান, ভাৰতীয় অভিনেতা।
- ১৯৭৬দীপান্বিতা শৰ্মা, অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল।
- ১৯৮১ঈশা দেউল, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৮২যোগেশ্বৰ দত্ত, ভাৰতীয় মল্লযোদ্ধা।
মৃত্যু
- ১৯৯৮ভিনচেণ্ট উইনটাৰ, স্কটিছ অভিনেতা।
- ২০১৫মাইক ডেভিছ, বিখ্যাত টেনিছ খেলুৱৈ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ