ইতিহাসৰ আজিৰ দিনত
২২ অক্টোবৰ
ঘটনাৱলী
- ১৭৬৪বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ।
- ১৭৬৪বক্সাৰ যুদ্ধ আৰু ইংৰাজৰ বিহাৰ অধিকাৰ।
- ১৮৭৯ৰাৰ্বনাইজড সূত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
- ১৯৩৮পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
- ১৯৪৭কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।
- ১৯৬২ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
- ১৯৬৬ছোভিয়েট ইউনিয়নে লুনা -১২ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন।
- ১৯৬৮পৃথিৱীক ১৬৩ বাৰ পৰিভ্ৰমণ কৰাৰ পাছত এপল ৭ সফলতাৰে আট্লাণ্টিক মহাসাগৰত অৱতৰণ।
- ১৯৯৪শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয়।
- ১৯৯৯ব'ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল, ৰাজীৱ গান্ধী সহ আন চাৰিজন অভিযুক্ত।
- ১৯৯৯লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত।
- ২০০১আফগানিস্তানৰ এক চিকিৎসালয়ত আমেৰিকান বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু।
- ২০০৩চনৰ আজিৰ দিনটোতে ফিফাৰ ৰেংকিংত ব্ৰাজিলৰ বিশ্ব ফুটবলত শীৰ্ষ স্থান অধিকাৰ।
- ২০০৮ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান - ১ ৰ উৎক্ষেপন।
জন্ম
- ১৮৪৪ছাৰা বাৰ্নহাৰ্ট, ফৰাচী অভিনেত্ৰী
- ১৮৭৩স্বামী ৰামতীৰ্থ, ভাৰতীয় দাৰ্শনিক, বেদান্ত হিন্দু দৰ্শনৰ শিক্ষক।
- ১৯০০আশফাকুল্লা খান, ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচনৰ সহ-প্ৰতিষ্ঠাপক আছিল।
- ১৯০৩ত্ৰিভুৱনদাস কিশিভাই পেটেল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৩৪ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক
- ১৯৩৭কাদেৰ খান, ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক।
- ১৯৬৩ৰত্না দত্ত, অসমৰ শিক্ষাবিদ, সাহিত্যিক আৰু নাট্যকৰ্মী।
- ১৯৬৪অমিত অনিলচন্দ্ৰ শ্বাহ, ভাৰতৰ ৰাজনৈতিক নেতা।
- ১৯৭৫আনল্ড যোছেফ টয়নবিৰ, ইংৰাজ ইতিহাসবিদ।
- ১৯৮৮পৰিনীতি চোপ্ৰা, মোহময়ী অভিনেত্ৰী।
মৃত্যু
- ১৯১৫হেনৰী ষ্টাডমেন কটন, ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া, ব্ৰিটিছ সাংসদ আৰু লেখক।
- ১৯৫৮জীবনানন্দ দাস, বাংলা কবি।
- ১৯৭২ধীৰেন্দ্ৰ নাথ দত্ত, অসমৰ কবি।
- ১৯৮২ৰিছাৰ্ড হ'গ, আমেৰিকান কবি, প্ৰবন্ধলেখক, আৰু শিক্ষক।
- ২০১৪অশোক কুমাৰ, ভাৰতীয় চিত্ৰ পৰিচালক।
- ২০১৬তিলক হাজৰিকা অসমৰ সাংবাদিক আৰু সাহিত্যিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ