ইতিহাসৰ আজিৰ দিনত
২১ অক্টোবৰ
ঘটনাৱলী
- ১২৯৬আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসনত আৰোহণ।
- ১৮০৫ঐতিহাসিক ট্ৰেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনী জয়লাভ।
- ১৯৩৪জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দলৰ গঠন।
- ১৯৩৪মাও জেদঙে বিখ্যাত লং মাৰ্চৰ শুভাৰম্ভ কৰে।
- ১৯৪৩ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা।
- ১৯৯১কপিলদেৱৰ দ্বাৰা এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলৰ বিশ্ব অভিলেখ।
- ১৯৯৯প্ৰবীণ প্ৰযোজক তথা পৰিচালক বি. আৰ. চোপ্ৰালৈ ১৯৯৮ চনৰ দাদাচাহেব ফাল্কে বঁটা।
- ১৯৯৯ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ।
- ২০০১বিশ্ব জুনিয়ৰ হকীত ভাৰতৰ চেম্পিয়ন খিতাপ দখল।
জন্ম
- ১৭৭২ছেমুৱেল টেলৰ ক'লৰিজ, ইংৰাজ ৰোমাণ্টিক কবি,
- ১৮৩৩আলফ্ৰেড ন'বেল, চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু ডিনামাইটৰ উদ্ভাৱক,
- ১৮৮৭কৃষ্ণা সিং, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী।
- ১৯৩১শাম্মী কাপুৰ, ভাৰতীয় চলচ্চিত্ৰৰ নায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৩৮নিৰ্মলা মিশ্ৰ, বিশিষ্ট বঙালী কণ্ঠশিল্পী।
- ১৯৪৪জিন-পিয়েৰী চাওভেজ, ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী।
মৃত্যু
- ১৯৬৯জেক কেৰুৱাক, আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক।
- ১৯৯৮অজিত, হিন্দী চলচ্চিত্ৰ অভিনেতা,
- ২০১২য়শ চোপ্ৰা, ভাৰতীয় পৰিচালক,প্ৰযোজক, আৰু কাহিনী লিখক।
- ২০১৩ললিত চন্দ্ৰ নাথ (ললিত ওজা), শুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ গুৰু।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ