শোভা ৰাজাধ্যাক্সা বা শোভা দে (জন্ম ৭ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷১ তেওঁক প্ৰধানকৈ তেওঁৰ কাহিনীসমূহত অংকণ কৰা সমাজৰ ৰূপ আৰু যৌনতাৰ বাবে জনা যায়৷২ সাহিত্যিক কৰ্মৰাজিত প্ৰাধান্য পোৱা এই মূল বিষয়-বস্তুৰ বাবে তেওঁক ’ভাৰতৰ জেকি কলিনছ (Jackie Collins of India) বুলিও অভিহিত কৰা হয়৷৩৪৫
শৈশৱ
শোভা দেৰ জন্ম হয় ১৯৪৮ চনৰ ৭ জানুৱাৰীত মহাৰাষ্ট্ৰৰ আহমেদনগৰত৷৬ তেওঁ শৈশৱৰ বেছিভাগ সময় মুম্বাইৰ গিৰগাওঁ (Girgaon)-ত অতিবাহিত কৰিছিল৷৭ তেওঁ এগৰাকী মডেল ৰূপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে৷ ৮
কৰ্মজীৱন
মডেল ৰূপে সফলতা লাভ কৰাৰ পিছত শোভা দেই ১৯৭০ চনত সাংবাদিকৰূপে আত্মপ্ৰকাশ কৰে৷ এইসময়ত তেওঁ ষ্টাৰদাষ্ট, চ’ছাইটি আৰু চেলিব্ৰিটি নামেৰে তিনিখন জনপ্ৰিয় আলোচনীৰ সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰে৷৯১০ ১৯৮০ ৰ দশকত তেওঁ The Times of India কাকতৰ দেওবৰীয়া আলোচনীতো নিয়মীয়াকৈ অৱদান আগবঢ়ায়৷ বৰ্তমান তেওঁ ভালেসংখ্যক কাকত আৰু আলোচনীত নিয়মীয়া লেখিকা৷১১১২১৩১৪
গ্ৰন্থ
- Small Betrayals (Forthcoming book) − হে হাউছ, নতুন দিল্লী, ২০১৪
- Shobhaa: Never a Dull De − হে হাউছ, নতুন দিল্লী, ২০১৩
- Shethji −২০১২
- Shobhaa at Sixty −হে হাউছ, নতুন দিল্লী, ২০১০
- Sandhya`s secret −২০০৯
- Superstar India – From Incredible to Unstoppable
- Strange Obsession
- Snapshots
- Spouse: The truth about marriage
- Speedpost – পেংগুইন, নতুন দিল্লী, ১৯৯৯
- Surviving Men – পেংগুইন, নতুন দিল্লী, ১৯৯৮
- Selective Memory – পেংগুইন, নতুন দিল্লী, ১৯৯৮
- Second Thoughts – পেংগুইন, নতুন দিল্লী, ১৯৯৬
- Small betrayals – ইউ বি এছ পাব্লিছাৰ্ছ, নতুন দিল্লী ১৯৯৫
- Shooting from the hip – ইউ বি এছ পাব্লিছাৰ্ছ, নতুন দিল্লী ১৯৯৪
- Sultry Days – পেংগুইন, নতুন দিল্লী,১৯৯৪
- Sisters – পেংগুইন, নতুন দিল্লী,১৯৯২
- Starry Nights – পেংগুইন, নতুন দিল্লী,১৯৮৯
- Socialite Evenings – পেংগুইন, নতুন দিল্লী, ১৯৮৯
External links
- Shobhaade blogspot
- Book Review of Shobhaa De's new book titled Sethji
- Interview with Shobhaa De
- Times of India Blog
তথ্যসূত্ৰ
- ↑ (9 April 2010). Shobhaa De, Penguin script new chapter. The Times of India
- ↑ How I became India Ki Lady Kamasutra
- ↑ (1992-04-01). 'The Jackie Collins of India'. Los Angeles Times
- ↑ (2007-05-03). Hooray for Bollywood. The Guardian
- ↑ (2013-02-18). Meet India's Jackie Collins, Shobhaa De. Australian Broadcasting Corporation
- ↑ Biography. I love India
- ↑ Freebase Infograph
- ↑ iTimes DB
- ↑ Bio-Bibliographical Information Biographical references
- ↑ Sai, Veejay. (10 November 2010). Veejay Sai Interviews Shobhaa De – India’s Sexiest Sexagenarian. stewardshipreport.com
- ↑ -Pune Mirror. The Times Group
- ↑ -Mumbai Mirror. The Times Group
- ↑ -Ahmedabad Mirror. The Times Group
- ↑ (29 January 2016). How to be a chick: Magical detours in life -Bangalore Mirror. The Times Group
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভা দে” প্ৰবন্ধৰ সংশোধন ৬৩৫৬০৩ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।