অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়ংকা বৰা (ভলীবল খেলুৱৈ)

প্ৰিয়ংকা বৰা (Priyanka Bora) এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ৷ ১৯৮৫ চনৰ ৭ জানুৱাৰী তাৰিখে ভাৰতৰ মহাৰাষ্ট্ৰত তেওঁৰ জন্ম হয়৷ তেওঁ ভাৰতীয় মহিলা আন্তঃৰাষ্ট্ৰীয় ভলীবল দলৰ এগৰাকী সদস্য৷ তেওঁ ১০ এছিয়ান গেমছ্ত অংশগ্ৰহণ কৰিছিল৷ তেওঁ ২০১০ চনত ক্লাব পৰ্যায়ত ভাৰতীয় ৰেলৱেৰ হৈ খেলিছিল৷

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২২ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

প্ৰিয়ংকা বৰা (Priyanka Bora) এগৰাকী ভাৰতীয় ভলীবল খেলুৱৈ৷ ১৯৮৫ চনৰ ৭ জানুৱাৰী তাৰিখে ভাৰতৰ মহাৰাষ্ট্ৰত তেওঁৰ জন্ম হয়৷ তেওঁ ভাৰতীয় মহিলা আন্তঃৰাষ্ট্ৰীয় ভলীবল দলৰ এগৰাকী সদস্য৷

তেওঁ ১০ এছিয়ান গেমছ্ত অংশগ্ৰহণ কৰিছিল৷১ তেওঁ ২০১০ চনত ক্লাব পৰ্যায়ত ভাৰতীয় ৰে’লৰ হৈ খেলিছিল৷২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Krastev, Todor. Women Volleyball Asia Games 2010 Guandhzou (CHN) - 18-27.11 Winner China. www.todor66.com
  2. ↑ Nagpur spiker Priyanka helps Rlys retain volleyball title - Times of India. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা বৰা (ভলীবল খেলুৱৈ)” প্ৰবন্ধৰ সংশোধন ৩১২৮৪১ (৪ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।