ইতিহাসৰ আজিৰ দিনত
২৮ জানুৱাৰী
জন্ম
- ১৮৬৫লালা লাজপত ৰায়, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯১২জেকছন পোলক, আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱ বিপ্লৱী।
- ১৯১৩ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ, ভাৰতীয় সাহিত্যিক।
- ১৯১৮টালিমেৰণ আও, ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক।
- ১৯৩০পণ্ডিত যশৰাজ, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী, সংগীত প্ৰশিক্ষক তথা তবলা বাদক।
- ১৯৩৭সুমন কল্যাণপুৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৮৬শ্ৰুতি হাছান, ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ।
মৃত্যু
- ১৮৮১ফিয়দৰ দস্তয়েৱস্কী, ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক।
- ১৯৯৬দেৱকান্ত বৰুৱা, অসমীয়া ৰোমাণ্টিক কবি।
- ২০১৭ধৰণী বৰ্মণ, অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা।
- ২০১৭ভাৰতী মুখাৰ্জী, ভাৰতীয় আমেৰিকান লেখক।
- ২০২০শশী শৰ্মা, অসমীয়া শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ