ইতিহাসৰ আজিৰ দিনত
২৯ জানুৱাৰী
জন্ম
- ১৮৬০আণ্টন পাভলোভিচ চেখভ, ৰুছ চিকিৎসক, চুটী-গল্পকাৰ আৰু নাট্যকাৰ।
- ১৯২৬আব্দুছ ছালাম, ন'বেল পুৰস্কাৰ বিজয়ী এজন পাকিস্তানী তত্ত্বীয় পদাৰ্থবিজ্ঞানী।
- ১৯৩৬ৱাল্টাৰ লুইন, ডাচ্চ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক।
- ১৯৪৪এম হুছেইন, অসমৰ মঞ্চ যাদুকৰ।
- ১৯৬২গৌৰী লংকেশ, ভাৰতীয় সাংবাদিক আৰু সক্ৰিয় সমাজকৰ্মী।
- ১৯৭০ৰাজ্যৱৰ্ধন সিং ৰাথোড়, ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান।
মৃত্যু
- ১৯৬৩ৰবাৰ্ট ফ্ৰ'ষ্ট, আমেৰিকাৰ কবি।
- ২০১৯জৰ্জ ফাৰ্নাণ্ডেজ, ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী।
- ২০১৯দীপক ভট্টাচাৰ্য, অসমৰ ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ