ইতিহাসৰ আজিৰ দিনত
২৭ জানুৱাৰী
জন্ম
- ১৮৯২সূৰ্য্যকুমাৰ ভূঞা, অসমীয়া বুৰঞ্জীবিদ, শিক্ষাবিদ, সমাজ সংগঠক,গল্পকাৰ, প্ৰবন্ধকাৰ, কবি আৰু অধ্যাপক।
- ১৯৪২টাচুকু হঞ্জ', জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী।
- ১৯৪৬বিজয়লক্ষ্মী নৱনীতাকৃষ্ণণ, ভাৰতীয় লোক কণ্ঠশিল্পী, সুৰকাৰ।
- ১৯৬৩আৰতি অংকলীকৰ-টিকেকৰ, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৯৯বিন্দ্যাৰাণী দেৱী, ভাৰতীয় ভাৰোত্তোলক।
মৃত্যু
- ১৭৩১বাৰ্তোলোমিঅ' ক্ৰিষ্টফ'ৰি, ইটালীৰ বাদ্যযন্ত্ৰ নিৰ্মাতা তথা “ফৰ্তেপিয়ানো”ৰ উদ্ধাৱক।
- ১৯৫৫জ্ঞানদাভিৰাম বৰুৱা, অসমীয়া লেখক, শিক্ষাবিদ আৰু অভিনেতা।
- ১৯৬৯ঠাকুৰ অনুকূলচন্দ্ৰ, ভাৰতৰ ধৰ্ম সংস্কাৰক।
- ১৯৮৩আনন্দ চন্দ্ৰ বৰুৱা, অসমীয়া সাহিত্যিক। তেখেতক বকুল বনৰ কবি নামেৰে জনা যায়।
- ২০০৯ৰামাস্বামী ভেঙ্কটৰমন, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ