ইতিহাসৰ আজিৰ দিনত
২৪ জানুৱাৰী
জন্ম
- ১৯২২ৰাজেশ্বৰী চেটাৰ্জী, ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ।
- ১৯২৪চি. বি. মুথাম্মা, ভাৰতীয় কূটনীতিবিদ আৰু অসামৰিক সেৱা বিষয়া।
- ১৯৪৫সুভাষ ঘাই, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৪৭মিচ্ছিঅ' কাকু, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ভৱিষ্যৎদ্ৰষ্টা।
- ১৯৬৩ভাস্কৰ জ্যোতি মহন্ত, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া।
- ১৯৬৪ৰেখা ভৰদ্বাজ, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৭১মনিষা উন্নি, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ৪১কেলিগোলা, ৰোমান সাম্ৰাজ্যৰ সম্ৰাট।
- ১৯৬৫উইনষ্টন চাৰ্চিল, ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৬৬হোমি জাহাঙ্গীৰ ভাবা, ভাৰতীয় নিউক্লীয় পদাৰ্থবিজ্ঞানী।
- ১৯৮০ছবিলাল উপাধ্যায়, অসমৰ ৰাজনৈতিক নেতা।
- ২০১১ভীমসেন যোশী, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
- ২০১৫আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা আৰু প্ৰেৰণাদায়ী বক্তা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ