ইতিহাসৰ আজিৰ দিনত
২৩ জানুৱাৰী
জন্ম
- ১৮৬২ডেভিদ হিলবাৰ্ট, জাৰ্মান গণিতজ্ঞ।
- ১৮৯৭নেতাজী সুভাষ চন্দ্ৰ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৮৯৮ছেৰ্গেই আইজেনষ্টাইন, ৰুছ দেশীয় চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ তাত্বিক।
- ১৯২৪বালাচাহেব ঠাকৰে, শিৱসেনাৰ প্ৰতিষ্ঠাপক।
- ১৯৪৭মেঘৱতী সুকৰ্ণপুত্ৰী, ইণ্ডোনেছিয়াৰ ৫ম ৰাষ্ট্ৰপতি।
- ১৯৫৩কৰবী ডেকা হাজৰিকা, অসমীয়া সাহিত্যিক।
- ১৯৮৪আৰ্জেন ৰ'বেন, ডাচ্চ ফুটবলাৰ।
মৃত্যু
- ১৯৬৮ৰূপনাথ ব্ৰহ্ম, ভাৰতীয় কবি, ৰাজনীতিবিদ তথা ধৰ্মীয় পণ্ডিত।
- ১৯৭৫অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।
- ১৯৭৬পল ৰ'বচন, আমেৰিকাৰ চিভিল ৰাইটছ্ আন্দোলনৰ লগত জড়িত এগৰাকী আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা।
- ১৯৮৯চালভাড' ডালি, স্পেনীয় কাটালান চিত্ৰশিল্পী।
- ২০১৭বাণীকণা ঘোষাল, গোৱালপৰীয়া লোকগীত তথা অসমৰ লোক-সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ