ইতিহাসৰ আজিৰ দিনত
২৫ জানুৱাৰী
জন্ম
- ১৮৬২ৰমাবাঈ ৰানডে, ভাৰতীয় সমাজকৰ্মী।
- ১৯৪২ইউজেবিউ, পৰ্তুগীজ ফুটবলাৰ।
- ১৯৫৮কবিতা কৃষ্ণমূৰ্তি, ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী।
- ১৯৭৮লাইলা ট্ৰেটিক'ভ, ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক।
মৃত্যু
- ১৭৪২এডমাণ্ড হেলি, ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী।
- ১৯২৪ৰমাবাঈ ৰানডে, ভাৰতীয় সমাজকৰ্মী।
- ১৯৫৪মানবেন্দ্ৰ নাথ ৰয়, আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ নেতা।
- ২০০২অমূল্য কাকতি, অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক।
- ২০১৯কৃষ্ণা সোব্তি, ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ