ইতিহাসৰ আজিৰ দিনত
১৭ জানুৱাৰী
জন্ম
- ১৯১৭এম জি ৰামচন্দ্ৰন, দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ।
- ১৯৪৫জাভেদ আখতাৰ, বলিউডৰ প্ৰসিদ্ধ গীতিকাৰ।
- ১৯৫১বিন্দু নানুভাই দেশাই, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯৩০গৌহৰ জান, ভাৰতীয় কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
- ১৯৫১জ্যোতিপ্ৰসাদ আগৰৱালা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমৰ চলচ্চিত্ৰ পৰিচালক।
- ২০০১গ্ৰেগৰী ক'ৰ্ছ', আমেৰিকা যুক্তৰাষ্ট্ৰৰ কবি।
- ২০০৮মফিদা আহমেদ, ভাৰতীয় ৰাজনীতিক।
- ২০১০জ্যোতি বসু, আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০১১এম. কে. বিনোদিনী দেৱী, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ।
- ২০১৪সুচিত্ৰা সেন, ভাৰতীয় অভিনেত্ৰী।
- ২০১৪ভূপতি চন্দ্ৰ ডেকা, অসমীয়া গণিতজ্ঞ।
- ২০২১ওস্তাদ গোলাম মুস্তাফা খান, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ।
- ২০২২বিৰজু মহাৰাজ, ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ শিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ