ইতিহাসৰ আজিৰ দিনত
১৮ জানুৱাৰী
ঘটনাৱলী
- ১৬৭৮সাহিত্যিকজন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়।
জন্ম
- ১৮৪২মহাদেৱ গোবিন্দ ৰানডে, ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক।
- ১৯৭২বিনোদ কাম্বলি, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
- ১৯৩৬ৰুডয়াৰ্ড কিপলিং, সাহিত্যৰ নোবেল বঁটা (১৯০৭ চন) বিজেতা ইংৰাজ সাহিত্যিক। তেওঁৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ গ্ৰন্থ হ’ল দা জংগল বুক।
- ১৯৪০কনকলাল বৰুৱা, অসমীয়া সাহিত্যিক আৰু বুৰঞ্জীবিদ।
- ১৯৪৭কুন্দন লাল ছাইগল, ভাৰতীয় কণ্ঠশিল্পী।
- ২০০৩হৰিবংশ ৰায় বচ্চন, ভাৰতীয় কবি আৰু লেখক।
- ২০১২এন্থনি গনছালভেছ, ভাৰতীয় সংগীতজ্ঞ।
- ২০১৭ড॰ জহৰুল হক, ইছলামিক বিদ্বান।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ