মিহিৰ দাস (ମିହିର ଦାସ, ১৭ ফেব্ৰুৱাৰী ১৯৫৯ – ১১ জানুৱাৰী ২০২২) এজন উল্লেখযোগ্য অভিনেতা ওড়িয়া চলচ্চিত্ৰ জগতত দীৰ্ঘদিন ধৰি অভিনয় কৰি থকা। মূল চৰিত্ৰ বা নায়কৰ পৰা আৰম্ভ কৰি হাস্য অভিনেতা, খলনায়ক আদি বিভিন্ন চৰিত্ৰত তেখেতে অভিনয় কৰিছে। ওড়িয়াৰ বাহিৰেও তেখেতে বাংলা চলচ্চিত্ৰতো অভিনয় কৰিছে। তেখেতৰ পত্নী সঙ্গীতা দাস (মৃত্যু ২০১০) এগৰাকী কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। পুত্ৰ অম্লান দাসো এজন অভিনেতা।১২৩
জীৱন আৰু কেৰিয়াৰ
১৯৫৯ চনৰ ১১ ফেব্ৰুৱাৰীত ময়ুৰভঞ্জত জন্মগ্ৰহণ কৰা মিহিৰ কুমাৰ দাসৰ বিবাহ হৈছিল গায়িকা তথা চলচ্চিত্ৰ শিল্পী সংগীতা দাসৰ সৈতে।৪ তেওঁ জনপ্ৰিয় গায়িকা চিত্ত জেনাৰ কন্যা আছিল। মিহিৰ দাস আৰু সংগীতা দাসৰ দুজন পুত্ৰ, ডাঙৰজন, অম্লান দাস যি অভিনেতাও আৰু অক্লান্ত দাস। ২০১০ চনত সংগীতা দাসৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।৫ ১৯৭৯ চনত তেওঁ ওডিয়া চলচ্চিত্ৰ জগতত কলা ছবি স্কুল মাষ্টাৰ আৰু তাৰ পিছত বাণিজ্যিক (অশিল্প) ছবি মথুৰা বিজয়ত অভিষেক ঘটে। তিনি দশকৰো অধিক সময় ধৰি প্ৰবীণ অভিনেতা হিচাপে পৰিগণিত হোৱা তেখেতে ১৯৯৮ চনত লক্ষ্মী প্ৰতিমা আৰু ২০০৫ চনত 'ফেৰিযা মো সুনা ভউনী নামৰ চিনেমাত অভিনয় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু ২০০৭ চনত মুঁ টেটে লাভ কাৰুছি''ৰ বাবে শ্ৰেষ্ঠ কমেডিয়ানৰ বঁটা লাভ কৰে।
২০২১ চনৰ ডিচেম্বৰ মাহত দাসক কটকত বৃক্কৰ সমস্যাৰ বাবে ডায়েলাইচিছ কৰি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।৬ ২০২২ চনৰ ১১ জানুৱাৰীত ৬২ বছৰ বয়সত কটকৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।৭৮
চলচ্চিত্ৰসমূহ
- ভিজা মাটিৰ স্বৰ্গ (২০২২)
- গুপচুপ (২০২২)
- দিল মোৰ মানেনা (২০২২)
- বিশ্বনাথ (২০২২)
- প্ৰস্থানম (২০২২)
- গাওঁ ৰ না গলুৱাপুৰ (২০২১)
- 72 Hours - Life or Death (২০২১)
- তুমে মো সাংখা তুমে মো সিন্দুৰ (২০২১)
- তাণ্ডব (২০২১)
- ৰোল নং - ২৭ সুজাতা সেনাপতি (২০২১)
- বাবু ভাইজান (২০২০)
- মুঁ পৰদেশী চড়েই (২০২০)
- খুশি (২০১৯)
- মিষ্টাৰ মজনু (২০১৯)
- চাবিৰাণী (২০১৯)
- অনলি প্যাৰ (২০১৮)
- তু মোৰ লভ ষ্টৰী (২০১৭)
- ছিষ্টৰ শ্ৰীদেৱী (২০১৭)
- অভয় (২০১৭)
- হিৰো নাম্বাৰ ৱান (২০১৭)
- ৰোমিও জুলিয়েট (২০১৭)
- গুণ্ডা (২০১৬)
- টাৰ্গেট (২০১৩)
- মাই লভ ষ্টৰী (২০১৩)
- ACP সাগৰীকা (২০১৩)
- দিৱানী দিৱানা (২০১৩)
- ৰুম্কু ঝুমানা (২০১৩)
- মুঁ একা তুমৰ (২০১৩)
- তু মো দেহৰ ছাই (২০১৩)
- লভ মাষ্টাৰ (২০১২)
- মনু (২০১২)
- চান্দ না তুমে তাৰা (২০১২)
- বেড গাৰ্ল (২০১২)
- ৰজাঝিঅ সংগে হেইগলা ভাব (২০১২)
- ইডিঅট্ (২০১২)
- তু মো আৰম্ভ তু মো শেষ (২০১২)
- গুড বয় (২০১২)
- শপথ (২০১২)
- এমিতি বি প্ৰেম হুএ (২০১২)
- আইন কানুন (২০১১)
- কেমিতি এ বন্ধন (২০১১)
- মুঁ প্ৰেমী মুঁ পাগল (২০১১)
- চকলেট্ (২০১১)
- চোৰি চোৰি মন চোৰি (২০১১)
- কটক - দা ছিলভাৰ ছিটি (২০১১)
- ক্ৰিমিনাল্ (২০১১)
- ১৪৩ আই লভ য়ু (২০১১)
- বাইশি পাহাচে খেলিব মীন (২০১১)
- হিৰো- প্ৰেম কথা (২০১১)
- মতে বোহূ কৰি নেই যা (২০১১)
- এ মন খোজে মনটিএ (২০১১)
- তু মো গাৰ্ল্ ফ্ৰেণ্ড্ (২০১১)
- মন মোৰ প্ৰজাপতি (২০১১)
- লোফৰ্ (২০১১)
- মোষ্ট ৱাণ্টেড্ (২০১১)
- তু থা মুঁ যাউছি ঋষি (২০১০)
- আসিবু কেবে সাজি মো ৰাণী (২০১০)
- দিৱানা (২০১০)
- প্ৰেম অঢ়েই অক্ষৰ (২০১০)
- তোতে ভল পাউছি বোলি (২০১০)
- তোৰ মোৰ যোড়ি সুন্দৰ (২০১০)
- ভুল বুঝিবনি মোতে (২০১০)
- পহিলি ৰজ (২০১০)
- সঞ্জু আউ সঞ্জনা (২০১০)
- আ লো মোৰ কণ্ঢেই (২০১০)
- মুঁ কণ এতে খৰাপ (২০১০)
- শুভ বিবাহ (২০১০)
- আখি পলকৰে তু (২০১০)
- তুমে হিঁ সাথি মোৰ (২০০৯)
- অভিমন্যু (২০০৯)
- সাত সুৰে বন্ধা এ জীৱন (২০০৯)
- আৰে সাথি আ (২০০৯)
- কেউঁ দুনিআঁৰু আসিল বন্ধু (২০০৯)
- আইলাৰে ওড়িআ পুঅ (২০০৯)
- শত্ৰু সংহাৰ (২০০৯)
- সুনা চঢ়েই মো ৰূপা চঢ়েই (২০০৯)
- প্ৰিয়া - দি ড্ৰিম গাৰ্ল (২০০৯)
- মুন্না-এ লভ ষ্টোৰী (২০০৮)
- মুঁ সপনৰ সউদাগৰ (২০০৮)
- মতে ত লভ হেলাৰে (২০০৮)
- হসিব পুণি মো সুনা সংসাৰ (২০০৮)
- মতে আণি দেল লক্ষে ফগুন (২০০৮)
- তো বিনা ভল লাগেন (২০০৮)
- অগ্নিশিখা (২০০৭)
- চকা চকা ভউঁৰী (২০০৭)
- ধউলি এক্সপ্ৰেস্ (২০০৭)
- এ মন মানেনা (২০০৭)
- মুঁ ততে লভ কৰুচি (২০০৭)
- ফেৰিআ মো সুনা ভউণী (২০০৭)
- সময় হাতৰে ডোৰী (২০০৭)
- ৰাখি বান্ধিলি মো ৰখিব মান (২০০৬)
- শাশুঘৰ চালিযিবি (২০০৬)
- থ্যাঙ্ক য়ু ভগবান (২০০৬)
- তু একা আম সাহা ভৰষা (২০০৬)
- জীবন মৃত্যু (২০০৫)
- টোপাএ সিন্দূৰ দিটোপা লুহ (২০০৫)
- মাতৃশক্তি (২০০৩)
- সময় খেলুচি চকা ভউঁৰী (২০০২)
- বাজি (২০০১)
- ধৰ্ম দেবতা (২০০১)
- হৰি ভাই হাৰেনা (২০০০)
- প্ৰেম বন্ধন (২০০০)
- ৰশ্মী ৰেখা (২০০০)
- সময় চকৰে সংসাৰ ৰথ (২০০০)
- গোপৰে বঢুছি মো কলা কহ্নেই (১৯৯৯)
- কথা কহিব মো মথা সিন্দূৰ (১৯৯৯)
- ষোল শুক্ৰবাৰ (১৯৯৯)
- পবিত্ৰ বন্ধন (১৯৯৯)
- কৃষ্ণা কাবেৰী (১৯৯৯)
- মা’ ও মমতা (১৯৯৯)
- মা' পৰি কিএ হেব (১৯৯৯)
- ৰাখি ভিজিগলা আখি লুহৰে (১৯৯৯)
- লক্ষ্মী প্ৰতিমা (১৯৯৯)
- অহল্যা (১৯৯৮)
- লক্ষ্মীৰ অভিসাৰ (১৯৯৮)
- সহৰ জলুচি (১৯৯৮)
- সউভাগ্যবতী (১৯৯৮)
- স্ত্ৰী (১৯৯৮)
- সিংহবাহিনী (১৯৯৮)
- ভুল কাহাৰ (১৯৯৭)
- গঙ্গা যমুনা (১৯৯৭)
- সুহাগ সিন্দূৰ (১৯৯৬)
- জীবন ধাৰা (১৯৯৬)
- পুঅ মোৰ ভোলাশঙ্কৰ (১৯৯৬)
- ভাই হেলা ভগাৰি (১৯৯৪)
- গঢি জাণিলে ঘৰ সুন্দৰ (১৯৯৪)
- মহুআ (১৯৯৪)
- মুক্তি মশাল (১৯৯৪)
- অনুপমা (১৯৯৩)
- ভাগ্য হাতে ডোৰি (১৯৯৩)
- দাদাগিৰি (১৯৯৩)
- শ্ৰদ্ধাঞ্জলি (১৯৯৩)
- অগ্নি সঙ্কট (১৯৯২)
- ঘৰ মোৰ স্বৰ্গ (১৯৯২)
- প্ৰিতী ৰ ইতি (১৯৯২)
- কি হেব শুআ পোষিলে (১৯৯১)
- হস লুহ ভৰা দুনিআ (১৯৯০)
- হিসাব কৰিব কালিআ (১৯৯০)
- কালিআ ভৰসা (১৯৯০)
- পৰদেশী চঢেই (১৯৯০)
- আকাশৰ আখি (১৯৮৯)
- প্ৰতিশোধ অপৰাধ নুহেঁ (১৯৮৯)
- সাগৰ (১৯৮৯)
- কন্যাদান (১৯৮৮)
- এই ত দুনিআঁ (১৯৮৭)
- এই আম সংসাৰ (১৯৮৬)
- ৰামায়ণ (১৯৮০)
- মথুৰা বিজয় (১৯৭৯)২৩৯
চলচ্চিত্ৰ বঁটা
- ১৯৯৬ চনত পুঅ মোৰ ভোলা শংকৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।১০
- ১৯৯৭ চনত সৌভাগ্যৱতীৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা।১০
- ১৯৯৮ চনত লক্ষ্মী প্ৰতিমাৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা।১০
- ১৯৯৯ চনত বিধাতা ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।১০
- ২০০২ চনত ৰাখী বন্ধি মো ৰাখীবা মানৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা।১০
- ২০০৫ চনত ফেৰি আ মো সুনা ভউনীৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।১০
- ২০০৭ চনত মুঁ তোতে লভ কৰুছিৰ বাবে শ্ৰেষ্ঠ কমেডিয়ান বঁটা।
- ২০১০ চনত প্ৰেম আঢ়েই আখৰৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা।১
তথ্যসূত্ৰ
- ↑ Pradhan, Ashok. (12 December 2011). State film awards announced. The Times of India
- ↑ (January 2011). Mihir Das Oriya Hero Profile. incredibleorissa.com
- ↑ (5 February 2012). Mihir Das: An Overview. incredibleorissa.com
- ↑ Experts, Arihant. (4 June 2019). Know Your State Odisha. ISBN 978-93-131-9327-2
- ↑ Sangita Das wife of actor Mihir Das dies of heart attack. orissadiary.com
- ↑ Sangita Das wife of actor Mihir Das dies of heart attack. orissadiary.com
- ↑ (10 December 2021). Veteran Odia actor Mihir Das hospitalised after suffering mild heart attack. Deccan Herald
- ↑ (27 December 2021). Condition Of Ollywood Actor Mihir Das Stable, Next 96 Hrs Vital, Say Docs. Ommcomnews
- ↑ Sangita Das wife of actor Mihir Das dies of heart attack. orissadiary.com
- ↑ End of an Era: Versatile actor Mihir Das no more. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিহিৰ দাস” প্ৰবন্ধৰ সংশোধন ৫৪৫৯৩২ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।