অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰূপহী চমকা চৰাই

ৰূপহী চমকা চৰাই (Jerdon's Bush Chat, বৈজ্ঞানিক নাম-Saxicola jerdoni) 'Muscicapidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক 'Thomas C. Jerdon' ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdon's Bush Chat ৰখা হৈছে৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ৰূপহী চমকা চৰাই (Jerdon's Bush Chat, বৈজ্ঞানিক নাম-Saxicola jerdoni) 'Muscicapidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক 'Thomas C. Jerdon' ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdon's Bush Chat ৰখা হৈছে৷ ১

বিৱৰণ

এই চৰাইবিধৰ দেহৰ ওপৰৰ অংশ ক'লা বা মটিয়া বৰণীয়া আৰু পেট, বুকু অংশ শুধ বগা হয়৷ ইয়াৰ নেজ ছুটি, চকু আৰু ঠোঁট ক'লা বৰণৰ হয়৷

বিতৰণ

ৰূপহী চমকা চৰাই প্ৰধানকৈ বাংলাদেশ, চীন, ভাৰত, লাউচ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে৷ এই চৰাইবিধ ম্যানমাৰত ইতিমধ্যে বিলুপ্ত হৈ পৰিছে বুলি ধাৰণা কৰা হয়৷ ২ ৩

বাসস্থান

এই চৰাইবিধ ক্ৰান্তীয় সেমেকা বনাঞ্চলত সাধাৰণতে দেখিবলৈ পোৱা যায়৷ ৪

আচৰণ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Beolens, Bo. (2003). Whose Bird? Men and Women Commemorated in the Common Names of Birds. Christopher Helm. পৃ. 180-181
  2. ↑ BirdLife International (2009) Saxicola jerdoni. In: IUCN 2010. IUCN Red List of Threatened Species. Version 2010.1
  3. ↑ Baral, H.S., Inskipp, C. (2009) The Birds of Sukla Phanta Wildlife Reserve, Nepal. Our Nature (2009) 7: 56-81 download pdf
  4. ↑ www.birdlife.org/datazone/speciesfactsheet.php?i

সম্পৰ্কিত শ্ৰেণী

শালিকাঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপহী চমকা চৰাই” প্ৰবন্ধৰ সংশোধন ৬৩২৩৬১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।