ৰঞ্জনবেন ধনঞ্জয় ভাট(Ranjanben Dhananjay Bhatt) (জন্ম ১০ আগষ্ট ১৯৬২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। ১৬ আৰু ১৭ নং লোকসভাৰ সদস্য হিচাপে কাম কৰি আহিছে।
কেৰিয়াৰ ভাট্ট বৰোদাৰ উপ-মেয়ৰ আছিল।১২ যোৱা ২২ বছৰ ধৰি "মহিলা ক্লাব" চলোৱা আৰু নেতৃত্ব দিয়াৰ কৃতিত্ব তেওঁক দিয়া হয়।৩
২০১৪ চনৰ উপ-নিৰ্বাচনত বৰোদা সমষ্টিৰ পৰা তেওঁ ১৬ নং লোকসভালৈ নিৰ্বাচিত হয়।১২ষোড়শ লোকসভাত ভাট জলসম্পদ, নদী উন্নয়ন আৰু গংগা সজীৱকৰণ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য আছিল।৩২০১৪ চনৰ পৰা ২০১৬ চনলৈকে তেওঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ স্থায়ী সমিতিৰ সদস্য আছিল।৩৪ ২০১৬ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ উদ্যোগৰ স্থায়ী সমিতিৰ সদস্য আছিল।৩
২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বৰোদা সমষ্টিৰ পৰা তেওঁ ১৭ নং লোকসভালৈ পুনৰ নিৰ্বাচিত হয় আৰু ৰেলৱেৰ স্থায়ী সমিতিৰ সদস্য হিচাপে তেওঁক নিযুক্তি দিয়া হয়।৩
তথ্যসূত্ৰ
- ↑ (16 September 2014). Gujarat bypolls: BJP wins Vadodara Lok Sabha seat by over 3.29 lakh votes. The Economic Times
- ↑ Ranjanben Bhatt. Government of India
- ↑ Members: Lok Sabha. 164.100.47.194
- ↑ Ranjanben Bhatt
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জনবেন ধনঞ্জয় ভাট” প্ৰবন্ধৰ সংশোধন ৪৭৩১৪৬ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।