চলচ্চিত্ৰৰ বঁটা
৪ প্ৰবন্ধ
-
অস্কাৰ বঁটা
অস্কাৰ বঁটা বা একাডেমি বঁটা (Academy Awards বা The Oscars) হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা। এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে।
-
গ'ল্ডেন গ্ল'ব বঁটা
গ'ল্ডেন গ্ল'ব বঁটা হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ ৯৩ জন সদস্যই দেশী বা বিদেশী চলচ্চিত্ৰ আৰু টেলিভিজন প্ৰগ্ৰেমৰ ক্ষেত্ৰত উৎকৰ্ষৰ বাবে প্ৰদান কৰা এক বাৰ্ষিক বঁটা।
-
ৰজনীকান্তৰ প্ৰাপ্ত পুৰস্কাৰ তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰৰ তালিকা
ৰজনীকান্তক বহু পুৰস্কাৰ আৰু সন্মান প্ৰদান কৰা হৈছে। মূলতঃ তামিল চলচ্চিত্ৰত কৰা অভিনৰ বাবে এই বঁটা সমূহ প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰে তেখেতক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰিছে। এই তালিকাত ৰজনীকান্তে মনোনিত তথা মাভ কৰা পুৰস্কাৰসমূহ তালিকাভূক্ত কৰা হৈছে।
-
৮৬ সংখ্যক অস্কাৰ বঁটা বিজয়ীৰ তালিকা
২০১৪ চনৰ ১৬ জানুৱাৰীত একাডেমীৰ সভাপতি 'Cheryl Boone Isaacs' এ কেলিফৰ্ণিয়াত ৮৬ সংখ্যক অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰা সকলৰ নাম ঘোষণা কৰে। American Hustle আৰু 'গ্ৰেভিটী য়ে প্ৰায়ভাগ মনোনয়ন লাভ কৰে।