পাখি হৈছে ২০০০ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম১। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।১ জুবিন গাৰ্গে সংগীত পৰিচালনা আৰু ব্যৱস্থাপনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ।
গীতকেইটিৰ মূল কণ্ঠশিল্পী জুবিন গাৰ্গ, সহযোগী শিল্পী মন্দাকিনী আৰু প্ৰণিতা।২ জুবিনে এলবামটো প্ৰয়াত মাক ইলি বৰঠাকুৰৰ নামত উচৰ্গা কৰিছিল য'ত ২০০০ চনৰ ২৭ ছেপ্টেম্বৰত মৃত্যু হৈছিল।।৩ মুক্তিৰ লগে লগেই এলবামটি জনপ্ৰিয় হয় আৰু গীতকেইটিৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে।
গীতৰ তালিকা
এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল২-
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Zubeen Garg. Net Library
- ↑ Pakhi. Music India Online
- ↑ Zubeen Garg. Online Sivasagar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাখি (শ্ৰব্য এলবাম)” প্ৰবন্ধৰ সংশোধন ৬০৪৭০০ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।