অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জুবিনৰ গান (শ্ৰব্য এলবাম)

জুবিনৰ গান হৈছে এন কে প্ৰডাক্‌চন প্ৰযোজিত এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ গীতৰ কথা জুবিন আৰু বিজয় দুৱৰাৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন, মহালক্ষ্মী আয়াৰ আৰু হেমাই।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জুবিনৰ গান হৈছে এন কে প্ৰডাক্‌চন প্ৰযোজিত১ এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম।

এলবামটিৰ গীতৰ কথা জুবিন আৰু বিজয় দুৱৰাৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন, মহালক্ষ্মী আয়াৰ আৰু হেমাই।২

গীতৰ তালিকা

এলবামটিত মুঠ ৮টা গীত আছে। 'পৃথিৱীয়ে মোক' গীতটিৰ সুৰকাৰ উৎপল শৰ্মা, বাকীকেইটাৰ সুৰ জুবিনৰ।২-

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Zubeen Garg. Net Library
  2. ↑ Jubeenor Gaan. Music India Online

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শ্ৰব্য এলবামজুবিন গাৰ্গৰ এলবাম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবিনৰ গান (শ্ৰব্য এলবাম)” প্ৰবন্ধৰ সংশোধন ৫৮২৫৭৬ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।