অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৯ মে'

১৯৫৫ - শীতল যুদ্ধ‌: পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰে। ২০১৪ - শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। ১৫৪০ - মহাৰাণা প্ৰতাপ, ভাৰতীয় শাসনকৰ্তা। ১৮৬৬ - গোপাল কৃষ্ণ গোখলে, ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক। ১৯৫৩ - মল্লিকা সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী।

হালনাগাদ: ১২ মে’ ২০২৩ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৫৫ - শীতল যুদ্ধ‌: পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰে।
  • ২০১৪ - শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

জন্ম

  • ১৫৪০ - মহাৰাণা প্ৰতাপ, ভাৰতীয় শাসনকৰ্তা।
  • ১৮৬৬ - গোপাল কৃষ্ণ গোখলে, ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক।
  • ১৯৫৩ - মল্লিকা সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী।
  • ১৯৯২ - ছাই পল্লৱী, ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী।

মৃত্যু

  • ১৯৮১ - দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
  • ১৯৮৬ - টেনজিং নৰ্গে, এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: ২৯ মে', ১৯১৪)
  • ১৯৯৮ - তালাত মেহমুদ, ভাৰতীয় সংগীতজ্ঞ।
  • ২০১৫ - এলিজাবেথ উইলছন, আমেৰিকান অভিনেত্ৰী।
  • ২০২৩ - মিহিৰজ্যোতি বৰুৱা, অসমীয়া মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা।

দিৱস

  • বিজয় দিৱস (ছোভিয়েট সংঘ)

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৫৪৬৬ (১২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।