অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টেনজিং নৰ্গে

টেনজিং নৰ্গে (Tenzing Norgay), এজন নেপালী ভাৰতীয় পৰ্বতাৰোহী, আৰু ১৯৫৩ চনত তেওঁ এডমণ্ড হিলাৰীৰ লগ হৈ পোন প্ৰথম বাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰে। টাইম আলোচনীয়ে তেখেত ২০ শতিকাৰ ১০০ জন সকলোতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছিল।

হালনাগাদ: ২২ জুলাই ২০২৬ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

টেনজিং নৰ্গে (Tenzing Norgay), এজন নেপালী ভাৰতীয় পৰ্বতাৰোহী, আৰু ১৯৫৩ চনত তেওঁ এডমণ্ড হিলাৰীৰ লগ হৈ পোন প্ৰথম বাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰে। টাইম আলোচনীয়ে তেখেত ২০ শতিকাৰ ১০০ জন সকলোতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছিল।

জন্ম আৰু বাল্যকাল

টেনজিং নৰ্গেৰ সৰুকালৰ বহুকথা নিশ্চিত ভাৱে জনা নেযায়।

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেনজিং নৰ্গে” প্ৰবন্ধৰ সংশোধন ৬১৮৮২৯ (২২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।