ভাগৱত পেটেল ( – ৮ ফেব্ৰুৱাৰী ২০১৯) মধ্যপ্ৰদেশৰ এজন ৰাজনীতিবিদ আছিল। তেঁও বেতুল বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
জীৱনী
ভাগৱত পেটেল ১৯৯০ চনত বেতুল বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।১ ২০২০ চনৰ ৮ ফেব্ৰুৱাৰীত ৮৪ বয়সত তেখেতৰ মৃত্যু হয়।২৩
তথ্যসূত্ৰ
- ↑ Madhya Pradesh Assembly Election Results in 1990. www.elections.in
- ↑ (7 February 2020). बैतूल के पूर्व भाजपा विधायक भगवत पटेल का निधन, रविवार को होगा अंतिम संस्कार. Bhaskar
- ↑ (7 February 2020). बैतूल: पूर्व विधायक भगवत पटेल का लंबी बीमारी के बाद निधन, बीजेपी में शोक की लहर. Zee Madhya Pradesh Chhattisgarh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাগৱত পেটেল” প্ৰবন্ধৰ সংশোধন ৩৪০৩২৩ (১৩ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।