অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিংকু ৰাজগুৰু

প্ৰেৰণা “ৰিংকু” মহাদেৱ ৰাজগুৰু (रिंकू राजगुरू; জন্ম: ৩ জুন ২০০১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে বিশেষকৈ মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ছেইৰট নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেত পৰিচিত।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

প্ৰেৰণা “ৰিংকু” মহাদেৱ ৰাজগুৰু (रिंकू राजगुरू; জন্ম: ৩ জুন ২০০১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে বিশেষকৈ মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ছেইৰট নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেত পৰিচিত।১২

সংক্ষিপ্ত কৰ্মজীৱন

২০০১ চনৰ ৩ জুনত মহাৰাষ্ট্ৰৰ অকলুজ নগৰত ৰাজগুৰুৰ জন্ম হয়৷ তেখেতৰ পিতৃৰ নাম মহাদেৱ ৰাজগুৰু৷৩

২০১৩ চনত ৰিংকুৱে ছেইৰট নামৰ মাৰাঠী ছবিখনৰ পৰিচালক নাগৰাজ মঞ্জুলেক লগ পায়৷ নাগৰাজে ৰিংকুক চৰিত্ৰটোৰ বাবে অডিশ্যন দিবলৈ কয়৷ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ৬৩সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে "বিশেষ উল্লেখ"ৰ বঁটা লাভ কৰে৷ ১৪

ছেইৰটৰ কানাড়া সংস্কৰণটো হৈছে মানাছু মালিগে৷ এইখন ছবিত ৰিংকুৱে চৰিত্ৰটো পুনৰ্নিমাণ কৰে৷৫৬ পৰৱৰ্তী কালত, ৰিংকুক কাগৰ, মেক আপ আৰু আনপজডৰ দৰে ছবিত দেখিবলৈ পোৱা যায়৷৭৮ ৯

বলিউডত ৰিংকুৰ অভিষেক ঘটে ২০১৯ চনত৷ ছবিখনৰ নাম আছিল ঝুণ্ড৷১০১১

অভিনেত্ৰী লাৰা দত্তৰ সৈতে ৰিংকু ৰাজগুৰুৱে হতষ্টাৰৰ একছন-কমেডি ছিৰিজ "হাণ্ড্ৰেড"ত অভিনয় কৰে৷ ছিৰিজটো ২০২০ চনৰ ২৫ এপ্ৰিলত মুক্তি হয়৷১২১৩

চলচ্চিত্ৰপুঞ্জী

বৰ্ষচলচ্চিত্ৰচৰিত্ৰভাষাটোকাRef.
২০১৬ছেইৰটআৰ্চি / অৰ্চনা পাটিলমাৰাঠী ভাষামাৰাঠী ছবিত অভিষেক১৪
২০১৭মানাছু মালিগেছানভিকন্নড় ভাষাকানাড়া ছবিত অভিষেক৬
২০১৯কাগাৰৰাণীমাৰাঠী৭
২০২০মেকআপমাৰাঠী ভাষা৮
২০২০ আনপ'জডপ্ৰিয়ংকাহিন্দীচুটি ছবি৯
২০২১ঝুণ্ডঘোষণাতব্যহিন্দী ভাষাহিন্দী ছবিত অভিষেক১০
২০২১আথৱা ৰং প্ৰেমাচাঘোষণাতব্যমাৰাঠী১৫

দূৰদৰ্শন

বৰ্ষছিৰিজচৰিত্ৰনেটৱৰ্কRef.
২০২০হাণ্ড্ৰেডনেত্ৰা পাটিলহটষ্টাৰ১৩

বঁটা

  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁঁটা– বিশেষ উল্লেখ (ছেইৰট ছবিৰ বাবে)১
  • ফিল্মফেয়াৰ মাৰাঠী বঁটা, ২০১৭- শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা (ছেইৰট)
  • ফিল্মফেয়াৰ মাৰাঠী বঁটা ২০১৭- শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী (ছেইৰট)
  • জি ছিনে বঁটা ২০১৭- শ্ৰেষ্ঠ মাৰাঠী অভিনেত্ৰী (ছেইৰট)১৬
  • মহাৰাষ্ট্ৰচা ফেভাৰিট ক'ন ২০১৭- শ্ৰেষ্ঠ অভিনেত্ৰী (ছেইৰট)১৭
  • বৰ্ষটোৰ লোকমত মহাৰাষ্ট্ৰীয়ান, ২০১৭-শ্ৰেষ্ঠ অভিনেত্ৰী১৮

তথ্যসূত্ৰ

  1. ↑ Sairat: Rinku Rajguru on winning the National Award and much more. Indian Today
  2. ↑ (8 May 2016). Sairat amasses Rs 25.50 cr in first week. The Times of India
  3. ↑ Atulkar, Preeti. (29 March 2016). I'm enjoying this moment to the fullest: Rinku Rajguru. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Preeti Atulkar. (4 May 2016). Anurag Kashyap praises Sairat. The Times of India
  5. ↑ (2 January 2017). Sairat's Kannada version is Manasu Mallige. The New Indian Express
  6. ↑ The trailer for Sairat's Kannada remake is here - Times of India. The Times of India
  7. ↑ Rinku Rajguru is all set for her next film - Times of India. The Times of India
  8. ↑ (26 March 2020). Watch: Rinku Rajguru tries her hand at cooking in the quarantine period and it's unmissable! - Times of India. The Times of India
  9. ↑ (21 January 2021). Rinku Rajguru: Don't understand stardom, I enjoy being the way I am. Hindustan Times
  10. ↑ Atulkar, Preeti. (14 January 2019). Rinku Rajguru and Akash Thosar reunite for Nagraj Manjule's Jhund. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ Sanchala, Vibhuti. (22 January 2021). 'Sairat' cast: Where are the leads Rinku Rajguru and Akash Thosar now? Read details. Republic World
  12. ↑ Sharma, Divyanshi. (25 April 2020). Hundred Review: Lara Dutta and Rinku Rajguru make a Zingaat entry into digital space. India Today
  13. ↑ (26 April 2020). Hundred: 100 marks to Rinku Rajguru and Lara Dutta. The Indian Express
  14. ↑ (29 April 2020). This day four years back: Blockbuster film 'Sairat' starring Rinku Rajguru and Akash Thosar was released. The Times of India
  15. ↑ Pandey, Nikhil. (21 April 2020). 'Sairat' actor Rinku Rajguru to make digital debut with Hotstar show 'Hundred'. Republic World
  16. ↑ Rinku Rajguru Awards: List of awards and nominations received by Rinku Rajguru Times of India Entertainment. timesofindia.indiatimes.com
  17. ↑ 'Sairat' bagged maximum awards in 'Maharashtracha Favorite Kon?'
  18. ↑ लोकमत महाराष्ट्रीयन ऑफ द इयर २०१९. lmoty.lokmat.com

সম্পৰ্কিত শ্ৰেণী

মাৰাঠী ব্যক্তিভাৰতীয় অভিনেত্ৰীৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- জুৰীৰ বিশেষ উল্লেখ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিংকু ৰাজগুৰু” প্ৰবন্ধৰ সংশোধন ৬২৫৮২৫ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।