নন্দিতা দাস (জন্ম: ২৩ অক্টোবৰ ১৯৬৯)ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ এগৰাকী ৰাজনীতিবিদ।১২ তেওঁ অসম বিধানসভা লৈ দুবাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বকো সমষ্টিৰ পৰা জয়লাভ কৰিছিল।৩৪
নন্দিতা দাসক ২০১৯ চনৰ ৩ জানুৱাৰীত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী নিযুক্তি দিয়া হয়।৫
তথ্যসূত্ৰ
- ↑ Nandita Das from Boko(SC): Early Life, Controversy & Political Career. The Sentinel
- ↑ Nandita das | Assam Assembly Election Results Live, Candidates News, Videos, Photos
- ↑ Boko Assembly Elections 2016 Latest News & Results. india.com
- ↑ Nandita das Election Results 2021: News, Votes, Results of Assam Assembly
- ↑ (3 Jan 2019). Nandita Das appointed president of Assam Pradesh Mahila Congress. United News of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিতা দাস (ৰাজনীতিবিদ)” প্ৰবন্ধৰ সংশোধন ৪২৮৭২৭ (১৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।