ঘটনাৱলী
- ১৭৭৬ - প্ৰথম বাষ্প চালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল।
জন্ম
- ১৮১৭ - দেৱেন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় দাৰ্শনিক আৰু লেখক।
- ১৮৯৩ - লক্ষ্মীনাথ দাস, অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক।
- ১৯০৭ - সুখদেৱ থাপাৰ, ভাৰতীয় মুক্তিযোদ্ধা। (মৃত্য়ুঃ ১৯৩১)
- ১৯৬৭ - মাধুৰী দীক্ষিত, ভাৰতীয় বোলছবি অভিনেত্ৰী।
- ১৯৮৫ - তথাগত মুখোপাধ্যায়, ভাৰতীয় অভিনেতা।
- ২০০৩ - প্ৰবীণ কুমাৰ, ভাৰতীয় পেৰা হাই জাম্প এথলীট।
মৃত্যু
- ১৮৮৬ - এমিলী ডিকিনছন্, মাৰ্কিন কবি।
- ২০০৩ - ইলোৰা ৰায়চৌধুৰী, ভাৰতীয় সমাজকৰ্মী। মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।
দিৱস
- শিক্ষক দিৱস (কলম্বিয়া, মেক্সিকো আৰু দক্ষিণ কোৰিয়া)
- আন্তৰ্জাতিক পৰিয়াল দিৱস।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ মে'” প্ৰবন্ধৰ সংশোধন ৫০৮৭৩০ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।