ঘটনাৱলী
- ১৭৯৬ - এডৱাৰ্দ জেনাৰে (ইংৰাজী: Edward Jenner) ছিটাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে সফলতা লাভ কৰে।
- ২০১৮ - আয়াৰলেণ্ড ক্ৰিকেটৰ ইতিহাসত প্ৰথম টে'ষ্টত সিহঁতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথম শতক অৰ্জন কৰে কেভিন অ’ব্ৰায়ানে।
জন্ম
- ১৬৫৭ - ছত্ৰপতি সম্ভাজী, ভাৰতীয় শাসনকৰ্তা।
- ১৯২৩ - মৃণাল সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৪৪ - আভা হাজৰিকা, অসমীয়া অভিনেত্ৰী আৰু পৰিচালক।
- ১৯৫৪ - পিটাৰ জন ৰেটক্লিফ, ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী।
- ১৯৮৪ - মাৰ্ক জুকাৰবাৰ্গ, জনপ্ৰিয় সামাজিক যোগাযোগ মাধ্যম ফেচবুকৰ প্ৰতিষ্ঠাতা।
- ১৯৯৭ - মানুষী ছিল্লাৰ, ভাৰতীয় মডেল।
মৃত্যু
- ১৯৭২ - প্ৰভাৱতী দেৱী সৰস্বতী, ভাৰতীয় লেখক।
- ২০১০ - ভৈৰোঁ সিং শেখাৱত, ভাৰতৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি।
দিৱস
- পতাকা দিৱস (পাৰাগুৱে)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৪ মে'” প্ৰবন্ধৰ সংশোধন ৫০৮৫৩৬ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।