অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

মাৰ্ক জুকাৰবাৰ্গ

মাৰ্ক জাকাৰবাৰ্গ (Mark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যামী। ইণ্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে। তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মাৰ্ক জাকাৰবাৰ্গ (Mark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যামী। ইণ্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে। তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত।১২ তেওঁৰ দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এগৰাকী দন্ত্য চিকিৎসক আৰু মাক কেৰেন কেম্পনেৰ এগৰাকী মনৰোগ চিকিৎসক।৩ জুকাৰবাৰ্গ এতিয়া ফেইচবুকৰ মুখ্য কাৰ্যকাৰী (CEO)-ৰ লগতে সহ-প্ৰতিষ্ঠাপক হিচাপে আছে। ২০১৮ চনলৈকে তেওঁৰ নিজা সম্পত্তিৰ পৰিমাণ ৭২.৫ বিলিয়ন আমেৰিকান ডলাৰ বুলি অনুমাণ কৰা হৈছিল।৪৫

ফেইচবুকৰ প্ৰতিষ্ঠা

২০০৪ চনত তেওঁ হাৰ্ভাৰ্ডত অধ্যয়ন কৰি থকাৰ সময়তে বন্ধুসকলৰ সৈতে ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট ফেইচবুক ডট কম প্ৰতিষ্ঠা কৰে।

তথ্যসূত্ৰ

  1. ↑ Pilkington, Ed. (March 10, 2011). Forbes rich list: Facebook six stake their claims. The Guardian
  2. ↑ Malone, Jasmine. (December 15, 2010). Mark Zuckerberg wins Time person of the year: profile. The Daily Telegraph
  3. ↑ The Zuckerbergs of Dobbs Ferry. New York
  4. ↑ Mark Zuckerberg. Forbes
  5. ↑ Grossman, Lev. (December 15, 2010). Person of the Year 2010: Mark Zuckerberg. Time

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্ক জুকাৰবাৰ্গ” প্ৰবন্ধৰ সংশোধন ৪৯৫১৮৮ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।