অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিৱকুমাৰ শৰ্মা (সন্তুৰ বাদক)

পণ্ডিত শিৱকুমাৰ শৰ্মা (Shivkumar Sharma) (১৩ জানুৱাৰী ১৯৩৮ – ১০ মে' ২০২২) এগৰাকী ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰ বাদক। তেওঁ জম্মুত বসবাস কৰিছিল। এজন সংগীত নিৰ্মাতা হিচাপে তেওঁ শিৱ-হৰি নামেৰে ভাৰতীয় বাঁ‌হীবাদক হৰিপ্ৰসাদ চৌৰাছিয়াৰ সৈতে যুটি বান্ধি কাম কৰিছিল আৰু ফাচলে (১৯৮৫), চান্দনী (১৯৮৯), লমহে…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

পণ্ডিত শিৱকুমাৰ শৰ্মা (Shivkumar Sharma) (১৩ জানুৱাৰী ১৯৩৮ – ১০ মে' ২০২২) এগৰাকী ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰ বাদক। তেওঁ জম্মুত বসবাস কৰিছিল।১২৩৪ এজন সংগীত নিৰ্মাতা হিচাপে তেওঁ শিৱ-হৰি নামেৰে ভাৰতীয় বাঁ‌হীবাদক হৰিপ্ৰসাদ চৌৰাছিয়াৰ সৈতে যুটি বান্ধি কাম কৰিছিল আৰু ফাচলে (১৯৮৫), চান্দনী (১৯৮৯), লমহে (১৯৯১), আৰু ডৰ (১৯৯৩) আদিকে ধৰি বহুতো ভাৰতীয় চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল। শৰ্মাক ১৯৮৬ চনত সংগীত নাটক একাডেমী বঁটা, ১৯৯১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ২০০১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। ২০২২ চনৰ ১০ মে'ত তেওঁৰ দেহাৱসান ঘটে।৫৬

তথ্যসূত্ৰ

  1. ↑ (18 September 2008). Santoor maestro Pandit Shiv Kumar Sharma in conversation on Antardhwani, the film based on his life. Indian Express
  2. ↑ (10 November 2005). Santoor strains music to ears of unborn too. Indian Express
  3. ↑ (27 February 2005). Santoor magic. দ্য হিন্দু
  4. ↑ (8 January 2009). Santoor comes of age, courtesy Pandit Shivkumar Sharma. Indian Express
  5. ↑ Pandit Shivkumar Sharma Dies: Santoor Maestro and Music Composer Passes Away at 84 Due to Cardiac Arrest. LatestLY
  6. ↑ The Hindu. (10 May 2022). Santoor maestro Shivkumar Sharma passes away

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সংগীতজ্ঞসংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱকুমাৰ শৰ্মা (সন্তুৰ বাদক)” প্ৰবন্ধৰ সংশোধন ৩৮২৯৪৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।