হৰেকলা হাজাব্বা (Harekala Hajabba) কৰ্ণাটকৰ মাংগালোৰ নিবাসী এজন ভাৰতীয় কমলা বেপাৰী, যি তেওঁৰ সৰু ব্যৱসায়টোত উপাৰ্জিত টকাৰে নিজৰ গাঁৱত এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। ১ তেওঁৰ এই প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে, ২০২০ চনত, তেওঁক ভাৰতৰ চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী প্ৰদান কৰে।২৩
তথ্যসূত্ৰ
- ↑ Sachin, Aswathy. School Built by an Orange Seller: Story of Harekala Hajabba. Fantoosy.com
- ↑ Padma Awards 2020 Announced. pib.gov.in
- ↑ The Hindu Net Desk. (26 January 2020). Full list of 2020 Padma awardees. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰেকলা হাজাব্বা” প্ৰবন্ধৰ সংশোধন ৫৯৭২০২ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।