অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰি বৰকাকতি

হৰি বৰকাকতি (Hari Borkataki) আধুনিক অসমীয়া কবিসকলৰ ভিতৰত হৰি বৰকাকতি এগৰাকী আগশাৰী কবি। তেওঁ পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল।

হালনাগাদ: ১১ মাৰ্চ ২০২৬ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হৰি বৰকাকতি (Hari Borkataki) আধুনিক অসমীয়া কবিসকলৰ ভিতৰত হৰি বৰকাকতি এগৰাকী আগশাৰী কবি। তেওঁ পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল। ১

জন্ম

হৰি বৰকাকতিৰ জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দত।২

সাহিত্যৰাজি

কবিতা পুথি

  • কোনোবা শীতৰ এটি বগা সন্ধিয়াত(১৯৭০)
  • সাগৰ বালিৰ খোজ(১৯৮৯)
  • চিনাকি চিনাকি গোন্ধ(১৯৯৮)
  • হৰি বৰকাকতিৰ কবিতা(১৯৭৮)
  • ছিলেকটেড পয়েমছ(১৯৯৪)
  • কাগজৰ নাও(১৯৮২)৩

মৃত্যু

হৰি বৰকাকতিৰ মৃত্যু হৈছিল ২০০৬ চনৰ ২২ জুলাইত।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ পৃষ্ঠা নং ৩৮৭
  2. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ পৃষ্ঠা নং ৩৮৭
  3. ↑ অসমীয়া কবি আৰু কবিতা,সম্পা-কাৰবি ডেকা হাজৰিকা,তৃতীয় বনলতা সংস্কৰণ, পৃষ্ঠা নং ২০১৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰি বৰকাকতি” প্ৰবন্ধৰ সংশোধন ৫৮৬৯১০ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।