অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰদত্ত চৌধুৰী

হৰদত্ত চৌধুৰী (Haradatta Choudhury) এগৰাকী বিদ্ৰোহী আছিল। তেওঁক বন্দী কৰি হত্যা কৰা আগলৈকে তেওঁ উত্তৰ কামৰূপত অতিশয় অত্যাচাৰ চলোৱা বৰকান্দাজ সেনাৰ সহায়ত আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।

হালনাগাদ: ১৬ জুলাই ২০২৬ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হৰদত্ত চৌধুৰী (Haradatta Choudhury) এগৰাকী বিদ্ৰোহী আছিল। তেওঁক বন্দী কৰি হত্যা কৰা আগলৈকে তেওঁ উত্তৰ কামৰূপত অতিশয় অত্যাচাৰ চলোৱা বৰকান্দাজ সেনাৰ সহায়ত আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।

বিদ্ৰোহ

কমলেশ্বৰ সিংহৰ ৰাজত্বকালত নামনি অসমত বিদ্ৰোহ সংঘটিত হৈছিল। হৰদত্ত চৌধুৰী আছিল এই বিদ্ৰোহৰ নেতা। প্ৰধানকৈ হিন্দুস্তানী আৰু শিখসকলৰ বৰকান্দাজ সেনাৰ বৃহৎ শক্তিৰ আলমত এই বিদ্ৰোহে গা কৰি উঠিছিল। সেইসময়ত বৰকান্দাজ সেনাসকলক ডুমডুমিয়া বুলি কোৱা হৈছিল। সম্ভৱতঃ তেওঁলোকৰ মুখ্য কাৰ্যালয় ডুমডুমাত আছিল। বৰকান্দাজ সেনা অসমলৈ আহিছিল আক্ৰমণকাৰী হিচাপে, যিসকল পূৰ্বতে জমিদাৰৰ অধীনত সৈন্য আছিল, তেওঁলোক কেৱল এটা বাহিনী নাছিল সংখ্যাত বহুত আছিল। আলো সিং আৰু বাজু সিঙৰ নেতৃত্বত বৰকান্দাজসকলে উত্তৰ কামৰূপত বহুত অত্যাচাৰ কৰিছিল।১ কোৱা হয় যে হৰদত্তকো কোচ বিহাৰৰ ৰজাসকলে সহায় কৰিছিল, যিসকলে পৰিয়ালৰ এজনৰ বাবে কামৰূপ উদ্ধাৰ কৰিব বিচাৰিছিল। প্ৰতাপ বল্লভ কলিয়াভোমোৰা বৰফুকনে বদন চন্দ্ৰৰ ঠাইত বৰফুকন পদত নিয়োজিত হোৱাৰ পিছত কামৰূপত পুনৰ শান্তি প্ৰতিষ্ঠা হৈছিল।২

মৃত্যু

হৰদত্তক বন্দী কৰি হত্যা কৰা হৈছিল, বীৰদত্তৰ চকু উলিয়াই দিয়া হৈছিল, আৰু যোৰহাটলৈ পঠিওৱা হৈছিল।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Comprehensive history of Assam, SL Baruah. পৃ. 350
  2. ↑ Barkandazes in Assam, Sk Bhuyan. পৃ. 723
  3. ↑ Comprehensive history of Assam, SL Baruah. পৃ. 351

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰদত্ত চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১৭৩৯৪ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।