অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হোলিকা দহন

হোলিকা দহন (Holika Dahan) অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২১ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হোলিকা দহন (Holika Dahan) অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।

তাৎপৰ্য

হোলীৰ আগৰ ৰাতি উত্তৰ ভাৰত, নেপাল আৰু দক্ষিণ ভাৰতৰ কিছু স্থানত ঐতিহ্যগতভাৱে জুই জ্বলোৱা হয়।১ যৌৱকসকলে সেইদিনা বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি কৰে আৰু হোলিকাৰ দহনত সেইবোৰ জ্বলাই দিয়ে।

এইটো উল্লেখ কৰাৰ প্ৰয়োজন যে, ভাৰতৰ বহুতো স্থানত এই দিনটোক হোলীৰ পৰিৱৰ্তে হোলিকা দহন বোলা হয়। প্ৰহ্লাদৰ কাহিনীৰ সৈতে সম্পৰ্কিত আৰু কিছু কামও কৰা হয়, কিন্তু হোলিকাৰ জুইত জ্বলাই দিয়া কাৰ্যটোই ইয়াৰ মুখ্য কাৰ্য। ইয়াৰ দ্বাৰা ৰজা হিৰণ্যকশিপুৰ আসুৰিক শক্তিতকৈ ভক্তিৰ শক্তি যে বেছি - এইটো প্ৰকাশ কৰা হয়, প্ৰহ্লাদ বহুতো অত্যাচাৰৰ পিছতো তেওঁ বিশ্বাস হেৰোৱা নাছিল।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ http: //www.thehindu.com/todays-paper/tp-national/tp-andhrapradesh/forests-bear-the-brunt-of-holi/article4552974.ece

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহহিন্দুধৰ্মৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোলিকা দহন” প্ৰবন্ধৰ সংশোধন ৩০১৪৩৭ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।