হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী হীৰেন গোহাঁইৰ এখন আত্মজীৱনী।১ হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৭ চনত। গ্ৰন্থখনত মুঠ ৩০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২২৪।২ আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, সপোনৰ দিকচৌ বনত, আৰু ইমান তিতা সাগৰৰ পানী।
তথ্যসূত্ৰ
- ↑ অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম. বিকাশপেডিয়া
- ↑ হেঙুল আকাশ, কʼলা চাইকেল, এজন আৰোহী-ড° হীৰেন গোহাঁই; দ্বিতীয় পৰিৱৰ্ধিত প্ৰকাশ: জুন,২০০৮ চন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী” প্ৰবন্ধৰ সংশোধন ৩৩২৭২৯ (৯ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।