অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইমান তিতা সাগৰৰ পানী

ইমান তিতা সাগৰৰ পানী এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনত। প্ৰথম প্ৰকাশক-আলিবাট প্ৰকাশন। গ্ৰন্থখনত মুঠ ১৭টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২৭২।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইমান তিতা সাগৰৰ পানী এখন আত্মজীৱনী।১ হীৰেন গোহাঁইৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনত। প্ৰথম প্ৰকাশক-আলিবাট প্ৰকাশন। গ্ৰন্থখনত মুঠ ১৭টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২৭২। আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, আৰু সপোনৰ দিকচৌ বনত।

আত্মজীৱনীখনৰ সূচীপত্ৰ

  • কথাৰম্ভ
  • বামপণ্ঠী সংগঠনৰ সেৱাত (ক)
  • বামপণ্ঠী সংগঠনৰ সেৱাত (খ)
  • সংসাৰমায়া অতীৱ বিচিত্ৰম্
  • কেম্পাছৰ বছৰবোৰ
  • অবিস্মৰণীয়
  • বিদ্ধত সংসৰ্গৰ বৈচিত্ৰ্য (ক)
  • বিদ্ধত সংসৰ্গৰ বৈচিত্ৰ্য (খ)
  • হেমাংগদা
  • অনিল ৰায়চৌধুৰীক মই যিদৰে জানো
  • দিগন্তত ক’লা ডাৱৰ
  • কালধুমুহাৰ তাণ্ডৱ
  • অন্ধযুগৰ আগমন
  • এক অনুসন্ধানৰ প্ৰতিবেদন
  • এক ট্ৰে’জিক চৰিত্ৰ
  • শিল্প-সাহিত্যৰ বিষুৱ অৰণ্যত
  • মৃত্যুৰ সৈতে মুখামুখি

তথ্যসূত্ৰ

  1. ↑ (1 April 2017). সাহিত্যৰ সংকট. মৃণাল কলিতা. জনমভূমি.ইন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থআত্মজীৱনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমান তিতা সাগৰৰ পানী” প্ৰবন্ধৰ সংশোধন ৩৮৪৮০৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।