অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হাঁহঠুঁটীয়া

{{Taxobox | name = হাঁহঠুঁটীয়া | status = LC | status_system = iucn3.1 | trend = unknown | status_ref = The IUCN lists the platypus on its Red List as Least Concern.

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

{{Taxobox | name = হাঁহঠুঁটীয়া | status = LC | status_system = iucn3.1 | trend = unknown | status_ref =১ The IUCN lists the platypus on its Red List as Least Concern.১ | image = Platypus BrokenRiver QLD Australia2.png | image_width = 250px | fossil_range = অন্ত্য ক্ৰিটিছিয়াছৰ পৰা সাম্প্ৰতিক | regnum = প্ৰাণীia | phylum = ক’ৰডাটা | classis = স্তন্যপায়ী | ordo = মন’ট্ৰিমাটা | familia = অৰ্ণিথ’ৰিংকিডি | genus = অৰ্ণিথ’ৰিংকাছ | genus_authority = ১৮০০ ব্লুমেনবাখ, ১৮০০ | species = '''অ’ এনিটাছ | binomial = অৰ্ণিথ’ৰিংকাছ এনিটাছ | binomial_authority = জৰ্জ ছ’ | range_map = Platypus area.png | range_map_caption = হাঁহঠুঁটীয়াৰ আবাসস্থল নীলা- প্ৰাকৃতিক }}

হাঁহঠুঁটীয়া বা প্লেটিপাছ (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Ornithorhynchus anatinus) মনেট্ৰিমাটা বৰ্গৰ এটি স্তন্যপায়ী প্ৰাণী। এই প্ৰাণীটোয়ে অষ্ট্ৰেলিয়াৰ পূব প্ৰান্ত, টাস্মানিয়া প্ৰদেশ আদিত বাস কৰে।২

আন স্তন্যপায়ীৰ বিপৰীতে হাঁহঠুঁটীয়াই কণী পাৰে। হাঁহঠুঁটীয়াৰ বিষয়ে সৰ্বপ্ৰথম ইউৰোপত সবিশেষ প্ৰকাশ পাইছিল।৩

বৈশিষ্ট্য

হাঁহঠুঁটীয়া দেখিবলৈ উদৰ দৰে। এই প্ৰাণীৰ ৰং কপিল। টাস্মেনিয়া, কুইন্সলেণ্ড আদিত বৃহৎ আকাৰৰ প্লাটিপাছ দেখা যায়।২ প্ৰাপ্তবয়স্ক হাঁহঠুঁটীয়াৰ ওজন প্ৰায় 1 কিলোগ্ৰাম। হাঁহঠুঁটীয়াৰ দীঘ প্ৰায় 30 চে.মি.। নেজ 10 চে.মি.ৰ পৰা 15 চে.মি. লৈ হ’ব পাৰে।২ মতা হাঁহঠুঁটীয়াই বিহ এৰিব পাৰে,৪ এই বিহে মানুহৰ প্ৰাণ ল’ব নোৱাৰিলেও কুকুৰৰ দৰে প্ৰাণীৰ প্ৰাণ কাঢ়িব পাৰে।

জীৱন প্ৰণালী

হাঁহঠুঁটীয়া সাধাৰণতে ৰাতি ওলায় আৰু দিনত জিৰায়। সাৰে থকাৰ সময়ত ই প্ৰায় পানীৰ কাষত থাকে।

পঠনযোগ্য গ্ৰন্থ

হাঁহঠুঁটীয়া সম্বন্ধিত তথ্যচিত্ৰ

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ D
  2. ↑ Platypus. Department of Primary Industries and Water, Tasmania Online
  3. ↑ Moyal, Ann Mozley. (2004). Platypus: the extraordinary story of how a curious creature baffled the world. The Johns Hopkins University Press. ISBN 0-8018-8052-1
  4. ↑ Earning their spurs. Australian Playpus Conservancy

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাঁহঠুঁটীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৩২৫৭ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।