অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৌৰভ দাস

সৌৰভ দাস (Sourav Das; জন্ম: ২১ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা, উপস্থাপক, কৌতুক অভিনেতা, আৰু থিয়েটাৰ পৰিচালক। ‘বয়েই গেল’ নামৰ টিভি ধাৰাবাহিক এখনত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৪৭৮ শব্দ · ৩ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

সৌৰভ দাস (Sourav Das; জন্ম: ২১ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা, উপস্থাপক, কৌতুক অভিনেতা, আৰু থিয়েটাৰ পৰিচালক।১২৩ ‘বয়েই গেল’ নামৰ টিভি ধাৰাবাহিক এখনত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। তেওঁ দম দম দীঘা দীঘা, বলো দুগ্গা মাঈকী (২০১৭) আৰু ৱেব ছিৰিজ "মণ্টু পাইলট", "চৰিত্ৰহীন" আৰু "ৰহস্য ৰোমাঞ্চ - চিজন ৩"-ত তেওঁৰ অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

ব্যক্তিগত জীৱন

১৯৮৯ চনৰ ২১ জানুৱাৰী তাৰিখে ভাৰতৰ পশ্চিমবঙ্গত এটি হিন্দু পৰিয়ালত সৌৰভ দাসে জন্মগ্ৰহণ কৰে।৪ তেওঁ কলকাতাৰ চাউথ পয়েণ্ট স্কুলৰপৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল। তেওঁৰ মাক ৰবীন্দ্ৰভাৰতীৰ গানৰ ছাত্ৰী হোৱাত তেওঁৰো সংগীতশিল্পী হোৱাৰ ইচ্ছা আছিল। তেওঁ ছাত্ৰাৱস্থাতেই বেণ্ড এটিও খুলিছিল।৪ তাৰপাছত থিয়েটাৰৰফালে আকৃষ্ট হয়। ২০২১ চনত তেওঁ আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগ দিয়ে।৫৬৭

তেওঁ ২০২৩ চনৰ ১৫ ডিচেম্বৰ তাৰিখে অভিনেত্ৰী দৰ্শনা বণিকৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়।৮৯

কৰ্মজীৱন

সৌৰভে বয়েই গেলো নামৰ জী বাংলাৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁৰ অভিনয় জীৱন আৰম্ভ কৰিছিল।৫ ইয়াত তেওঁ ধাৰাবাহিকৰ নায়ক অৰ্জুনৰ খুড়াকৰ পুতেক বীৰসা বসাকৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰিচালক ওনিৰৰদ্বাৰা ৰচিত-পৰিচালিত কুছ ভিগে আলফাজ্জ ছবিখনত অভিনয়েৰে বলিউড চলচ্চিত্ৰত তেওঁৰ আত্মপ্ৰকাশ ঘটে।১ তেওঁ অঞ্জন দত্ত, অৰিন্দম শীল, বিৰসা দাশগুপ্ত, কমলেশ্বৰ মুখোপাধ্যায় আৰু ৰাজ চক্ৰবৰ্তীৰ দৰে প্ৰশংসিত বঙালী চলচ্চিত্ৰ পৰিচালকসকলৰ লগত কাম কৰিছে। চোৰে চোৰে মাসতুতো ভাই নামৰ জী বাংলা চিনেমাৰ মৌলিক চলচ্চিত্ৰ এখনত নেপথ্য গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল।

চলচ্চিত্ৰপুঞ্জী

ৱেব আৰু টিভি ধাৰাবাহিক

বৰ্ষশিৰোনামচৰিত্ৰপৰিচালকটোকা
২০০০উত্তৰাম্যাথুবুদ্ধদেৱ দাসগুপ্ত
২০০৭আমি, ইয়াসিন আৰ আমাৰ মধুবালাবুদ্ধদেৱ দাশগুপ্ত
২০১২কাহিনীটিভি দৰ্শকসুজয় ঘোষ
২০১৫আশিকীঅশোক পতি
২০১৬গেংষ্টাৰগুটিবিৰসা দাশগুপ্ত১০
২০১৭বলো দুগ্গা মাঈকীবাঙালৰাজ চক্ৰৱৰ্তী
২০১৮কুছ ভেগে আলফাজওনিৰহিন্দী চলচ্চিত্ৰত অভিষেক
ক খ গ ঘকৃষ্ণেন্দু চট্টোপাধ্যায়
ডেইৰি নং ১০২সুশোভন পলসংক্ষিপ্ত চলচ্চিত্ৰ
ৰি ইউনিয়নঅভিমুৰাৰি মোহন ৰক্ষিত
৩ কাপ চাপথিকৃৎ বসু, দেবলয় ভট্টাচাৰ্য, মৈনাক ভৌমিকহইচই ওয়েব চলচ্চিত্ৰ
২০১৯ফাইনেলী ভালোবাসাঅঞ্জন দত্ত
ৰং নাম্বাৰজয়শুভেন্দু পণ্ডিত
কে তুমি নন্দিনীৰাজা দাপথিকৃৎ বসু
ফেলুনাথেৰ মাৰ্কশ্বিটসিধুৰাজদীপ ঘোষটিভি চলচ্চিত্ৰ
আড্ডাসত্যজিৎদেবায়ুষ চৌধুৰী
ভালোবাসাৰ শহৰঅভিজিৎ গুহ, সুদেষ্ণা ৰায়, নন্দিনী কুণ্ডুটিভি মুভি
পাসওয়াৰ্ডকমলেশ্বৰ মুখোপাধ্যায়ক্যামিও
ঘুণজয়শুভ্ৰ ৰায়
হে ভগবনমদনৰাজদীপ ঘোষ
২০২০কড়াপাকদেবসৌৰদীপ ব্যানাৰ্জি
তিন বিন্দুজয়দীপ ৰাউথ, সৌমোজিৎ আদকসংক্ষিপ্ত চলচ্চিত্ৰ
চিনিমৈনাক ভৌমিক
২০২১প্ৰতিদ্বন্দ্বীসিদ্ধাৰ্থসপ্তস্বা বসু
নকশালঅৰিত্ৰ বেনাৰ্জীসংক্ষিপ্ত চলচ্চিত্ৰ
ক্যানভাসৰূপকসৌমোজিৎ আদক
অল্প হ’লেও সত্যিঅৰ্জুনসৌমোজিৎ আদক
২০২২ৰিষআবিৰপ্ৰীতম মুখোপাধ্যায়
মিটাৰ ডাউনকিংসুক সৰখেল
কলকাতা চলন্তিকাপাভেল
বিষাক্ত মানুষঅগ্নিভাসানি ৰে
কৰ্ণসুবৰ্ণেৰ গুপ্তধনভুজঙ্গাধ্ৰুব ব্যানাৰ্জী
ইকিৰ মিকিৰইন্সপেক্টৰ বসুৰাতুল মুখাৰ্জি
২০২৩আবাৰ বিবাহ অভিযানমাইকেলসৌমিক হালদাৰ
পিকাসোবিক্ৰম সেনৰাজা চন্দ
২০২৪ইস্কাবনমন্দিপ সাহাউৎপাদন পৰৱৰ্তী
মীৰ জাফৰ চ্যাপ্টাৰ ২জাফৰঅৰ্কদীপ নাথউৎপাদন পৰৱৰ্তী ১১

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰঅʼটিটি / টিভিটোকা
২০১৩ - ২০১৪বয়েই গেলোজী বাংলাটিভি ধাৰাবাহিকত অভিষেক
২০১৩ - ২০১৫ৰাগে অনুৰাগেকাৰ্তিকজী বাংলা
২০১৪ - ২০১৫ঠিক যেন লাভ ষ্টোৰীষ্টাৰ জলসা১২
২০১৫ - ২০১৬কোজাগৰীকাৰ্তিক মিত্ৰজী বাংলা
২০১৫ - ২০১৭পটল কুমাৰ গানওয়ালাবিষ্টু, ট্যাক্সি ড্ৰাইভাৰষ্টাৰ জলসা২০১৬ চনত উপস্থিতি
২০১৬ - ২০১৭জড়োয়াৰ ঝুমকোজী বাংলা
২০১৭ওয়ান নাইট ষ্টাণ্টদেবাআড্ডাটাইমছ
২০১৮ - ২০২০চৰিত্ৰহীনস্যাটি / সতীশহইচইসিজন ১, ২, ৩ ১৩
২০১৮গড়িয়াহাটেৰ গ্যাংলৰ্ডসহইচই
২০১৯বউ কেন সাইকো?হইচই
আস্তে লেডিস্কৌশিকহইচই
২০১৯মেডিকেলে য়োৰসললিআল্ট বালাজী
কামিনীসাম্য / ৰাজাবাবুহইচই
অদ্ভুতুৰেহইচই
২০২০পৱিত্ৰ পাপিসহইচই
ব্ৰেক আপ ষ্টোৰিহইচই১৪
ৰহস্য ৰোমাঞ্চ সিৰিজমোৰাহইচইসিজন ৩ ১৫
২০১৯ - ২০২২মণ্টু পাইলটমণ্টুহইচই১৬
২০২২কাটাকুটিআদিত্যহইচই১৭
২০২১ - ২০২২ৰুদ্ৰবীণাৰ অভিশাপনাদহইচই
২০২৩ - বৰ্তমানহোমষ্টে মাৰ্ডাৰকিঞ্জলহইচই
পি.আই. মীনাআদিআমাজন প্ৰাইম
অন্তৰমহলহইচই

টিভি অনুষ্ঠান

বৰ্ষশিৰোনামভূমিকাচেনেলটোকা
২০১৫আই লাফ ইউপ্ৰতিযোগী
আমৰা না ওৰা
২০১৭, ২০১৯দাদাগিৰি আনলিমিটেডপ্ৰতিযোগীজী বাংলাসিজন ৭, ৯
২০১৯জী বাংলা ফুটবল লিগঅংশগ্ৰহণকাৰীজী বাংলা
২০২০ষ্টাৰ্ট মিউজিক
২০২১দিদি নাম্বাৰ ১অস্থায়ী উপস্থাপকজী বাংলা১৮
গোলেমালে গোলসঞ্চালকৰান্নাৰ অনুষ্ঠান১৯

বঁটা-সন্মান

+বৰ্ষপুৰস্কাৰশিতানসূত্ৰ
২০১৬ষ্টাৰ জলসা পৰিবাৰ পুৰস্কাৰশ্ৰেষ্ঠ এঙ্কৰ
২০১৯হইচই পুৰস্কাৰবৰ্ষশ্ৰেষ্ঠ চিৰিজ
২০২০চলচ্চিত্ৰ আৰু ফ্ৰেম ডিজিটাল চলচ্চিত্ৰ পুৰস্কাৰওটিটি আটাইতকৈ প্ৰতিশ্ৰুতিশীল মুখ২০
২০২১হইচই পুৰস্কাৰবৰ্ষশ্ৰেষ্ঠ ব্ৰেকথ্ৰু পাৰফৰমেন্স২১

তথ্যসূত্ৰ

  1. ↑ ভট্টাচাৰ্য, স্বৰলিপি. bn:ওনিৰেৰ হাত ধৰে সৌৰভেৰ বলিউড ডেবিউ. Anandabazar Patrika
  2. ↑ Colors Bangla is back with Bindass Dance season 2. www.bestmediaifo.com
  3. ↑ The Telegraph, India, English News Paper. epaper.telegraphindia.com
  4. ↑ পুৰনো প্ৰেমে মজেছেন অভিনেতা সৌৰভ. RTV Online
  5. ↑ আনুষ্ঠানিকভাবে তৃণমূল কংগ্ৰেসে যোগ দিলেন অভিনেতা সৌৰভ দাস. sangbadpratidin
  6. ↑ তৃণমূলে যোগ দেওয়াৰ পৰই তৰুণীকে আলিঙ্গনেৰ ভিডিও নিয়ে নিন্দাৰ ঝড়, জবাব দিলেন সৌৰভ দাস. sangbadpratidin
  7. ↑ (2021-01-22). BREAKING: ‘ৰাজনীতিতে এলাম মানুষেৰ সেবা কৰতে’, তৃণমূলে যোগ দিয়েই দৃঢ়কণ্ঠী সৌৰভ দাস. Indian Express Bangla
  8. ↑ (2023-12-15). ৰীতি মেনে দৰ্শনাকে সিঁদূৰ পৰালেন সৌৰভ, বিয়েৰ পৰ জড়িয়ে ধৰে স্ত্ৰীকে খেলেন চুমুও. Hindustantimes Bangla
  9. ↑ বিয়েৰ সাজে তাক লাগালেন সৌৰভ-দৰ্শনা, মেনুতে কী কী ৰয়েছে?. sangbadpratidin
  10. ↑ Gangster Movie Review, Trailer, & Show timings at Times of India. The Times of India
  11. ↑ ‘মীৰ জাফৰ: চ্যাপ্টাৰ টু’তে ফেৰদৌস. মানবজমিন
  12. ↑ সংবাদদাতা, নিজা. ঈশ্বৰেৰ কাছে প্ৰাৰ্থনা কৰলে সৌৰভেৰ নামটা মাথায় আসে, ও খুব ভাল থাকুক: অলিভিয়া. www.anandabazar.com
  13. ↑ (2020-12-24). কাদামাখা শৰীৰে অন্তৰঙ্গে মুহূৰ্তে লীন স্বস্তিকা-সৌৰভ, মুক্তি পেল 'চৰিত্ৰহীন ৩'. Hindustantimes Bangla
  14. ↑ Anindita Bose: Saurav is method and I am spontaneous. www.telegraphindia.com
  15. ↑ (2020-09-18). Hoichoi announces over 25 new titles on its third anniversary. The Indian Express
  16. ↑ Saurav Das: I isolated myself for more than a week to prepare for Montu Pilot · SpotboyE. www.spotboye.com
  17. ↑ 'Katakuti' Trailer: Sourav Das, Manosi Sengupta And Biplab Bandyopadhyay Starrer 'Katakuti' Official Trailer · Entertainment - Times of India Videos. The Times of India
  18. ↑ (2021-05-11). ‘দিদি নম্বৰ ১’-এৰ মঞ্চে দাদা সৌৰভেৰ সমস্ত কীৰ্তি ফাঁস বোন অৰুণিমাৰ, দেখোন ভিডিয়ো. Hindustantimes Bangla
  19. ↑ (2021-09-22). সেলিব্ৰিটি ৰান্নাৰ শো অথচ ৰান্না কৰতে দিচ্ছেন না সঞ্চালক Saurav, বোঝো কাণ্ড!. Zee24Ghanta.com
  20. ↑ Indiablooms. Films and Frames hosts ‘Digital Film Awards’ for Tollywood · Indiablooms - First Portal on Digital News Management. Indiablooms.com
  21. ↑ Hoichoi Awards 2020: স্বস্তিকা, সৌৰভ, সৃজিত, অনিৰ্বাণদেৰ ঝুলিতে এল পুৰস্কাৰ, কে কী পেলেন?. Zee24Ghanta.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেতাবঙালী চলচ্চিত্ৰৰ অভিনেতাভাৰতীয় টেলিভিছন অভিনেতাভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌৰভ দাস” প্ৰবন্ধৰ সংশোধন ৫৭৬৪৩৮ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।