অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সুৰেন দাস মহাবিদ্যালয়

সুৰেন দাস মহাবিদ্যালয় (Suren Das College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সুৰেন দাস মহাবিদ্যালয় (Suren Das College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১ এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম আগবঢ়ায়। মহাবিদ্যালয়খনত কামৰূপৰ আটাইতকৈ ডাঙৰ চেমিনাৰ হলটো আছে। ১৯৭৯ চনত হাজোৰ স্থানীয় লোকসকলৰ সহযোগত সুৰেন দাসে মহাবিদ্যালয়খন আৰম্ভ কৰিছিল। ড° হিৰণ্য শৰ্মা হৈছে মহাবিদ্যালয়খনৰ অধ্যক্ষ।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Gauhati University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰেন দাস মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৭৭ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।