অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুমনা দাস

সুমনা দাস গোৰাদিয়া (ইংৰাজী: Sumana Das Goradia) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। বেত্তাব দিল কী তামান্না হেঁইত শামলীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ডিজনী চেনেলৰ কিয়া মাষ্ট হেঁ লাইফ, ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে আদি ধাৰাবাহিকতো ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। সুমনা দাসৰ জন্ম হৈছিল অসমৰ ডিফুত।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সুমনা দাস গোৰাদিয়া (ইংৰাজী: Sumana Das Goradia) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। বেত্তাব দিল কী তামান্না হেঁইত শামলীৰ চৰিত্ৰত১ অভিনয় কৰাৰ লগতে ডিজনী চেনেলৰ কিয়া মাষ্ট হেঁ লাইফ, ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে২ আদি ধাৰাবাহিকতো ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। সুমনা দাসৰ জন্ম হৈছিল অসমৰ ডিফুত। তেওঁৰ ডাঙৰ ভগ্নী মধুমিতা দাসো এগৰাকী দূৰদৰ্শন অভিনেত্ৰী। ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হোৱা সাবিত্ৰী – এক প্ৰেম কাহানী নামৰ ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিকখনতো তেওঁ অভিনয় কৰিছে৷৩

দূৰদৰ্শন

বছৰঅনুষ্ঠানচৰিত্ৰচেনেলটোকা
২০০৯–২০১০ক্যা মষ্ট হে লাইফৰিয়াডিজনীসহায়ক চৰিত্ৰ
বেত্তাব দিল কী তামান্না হেঁইশামলীছনী টিভিমুখ্য চৰিত্ৰ
২০১০আহত - ইছে দেখনা মনা হেঁ: খণ্ড ১ আৰু খণ্ড ২নেইনা
বাইৰি প্ৰিয়াকাজৰিকালাৰ টিভিসহায়ক চৰিত্ৰ
চি.আই.ডি. - নেত্ৰহীন গবাহখণ্ড ৬৫৩ছনী টিভি
২০১১নাচলে বে উইথ সৰোজ খানঅতিথি শিল্পীএইডিটিভি ইমাজিন
2011–2012কাহানী চন্দ্ৰকান্তা কিডামিনীসাহাৰা ৱানসহায়ক চৰিত্ৰ
২০১২ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰেখণ্ড ১১জী টিভি
সাবধান ইণ্ডিয়াপ্ৰতিমা (খণ্ড ২২)লাইফ অকে
২০১৩সাবিত্ৰী – এক প্ৰেম কাহানীমিষ্ট্ৰিসহায়ক চৰিত্ৰ
ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰেখণ্ড ৯২জী টিভি
২০১৪য়ে হেঁ আছিকিৰোহনৰ বায়েকবিন্দাছ

তথ্যসূত্ৰ

  1. ↑ (2009-10-03). Its Kareena of Atraaz for Sumana Das. Gaea Times Dot Com
  2. ↑ (2013-05-12). Sumana Das & Sunayana Fozdar in Fear Files. Times Of India Dot Com
  3. ↑ Savitri-a fantasy mega series launched - The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেতাহিন্দী টেলিভিছনৰ অভিনেত্ৰীভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমনা দাস” প্ৰবন্ধৰ সংশোধন ৫৯৭০২৪ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।