সাবিত্ৰী নিগম (Savitri Nigam, ১৯১৯-১৯৮৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সংসদৰ সদস্য আছিল। তেওঁ ৰাজ্যসভা আৰু লোকসভা-দুয়োখনতে প্ৰতিনিধিত্ব কৰিছিল। তেওঁ উত্তৰ প্ৰদেশ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল। আনহাতে উত্তৰপ্ৰদেশৰে বান্দ্ৰাৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।১২৩৪
তেওঁ ইণ্ডিয়ান ফেডাৰেচন অৱ ইউনাইটেড নেচনছ এছ’চিয়েশ্যনৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৫
তেওঁ ভাৰতৰ ফুড এণ্ড নিউট্ৰিচন ব’ৰ্ড, গভৰ্ণৰ ব’ৰ্ডৰ সদস্য আছিল। ৬ তেওঁ ভাৰতীয় গৃহিণী সংস্থাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ ৰাজ্য সভাৰ সদস্যৰ জীৱনীমূলক স্কেচ ১৯৫২ - ২০০৩. ৰাজ্যসভা
- ↑ ৰাজ্য সভাৰ মহিলা সদস্য. ৰাজ্যসভা
- ↑ Joginder Kumar Chopra. (১ জানুৱাৰী ১৯৯৩). ভাৰতীয় সংসদত মহিলা: তেওঁলোকৰ ভূমিকাৰ এক সমালোচনাত্মক অধ্যয়ন. মিত্তল প্ৰকাশন. ISBN ৯৭৮-৮১-৭০৯৯-৫১৩-৫
- ↑ Publications Division. মহিলাৰ.. ভাৰত. প্ৰকাশন বিভাগ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়. ISBN 978-81-230-2284-0
- ↑ ভাৰতীয় মহিলা: কালি, আজি আৰু কাইলৈ. ভাৰত আজি
- ↑ খাদ্য আৰু পুষ্টি ব'ৰ্ডৰ কাৰ্য্যসমূহ পুনৰ সংজ্ঞায়িত আৰু পুনৰ গঠন কৰা হৈছে, GOI. মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী, GOI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৱিত্ৰী নিগম” প্ৰবন্ধৰ সংশোধন ৪৭৭১৬৭ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।