অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সাবৰমতী আশ্ৰম

সাবৰমতী আশ্ৰম (Sabarmati Ashram) ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল।

হালনাগাদ: ২৭ ডিচেম্বৰ ২০২০ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

সাবৰমতী আশ্ৰম (Sabarmati Ashram) ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল। ১৯৫৭ চনত এই আশ্ৰমখন স্থানান্তৰ কৰি সাবৰমতী নদীৰ পাৰত স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰাই আশ্ৰমখনৰ নাম সবৰমতী ৰখা হয়। ইতিহাসবিদ সকলে পৌৰাণিক দধীচি ঋষিৰ আশ্ৰমখনো এই ঠাইতে আছিল বুলি বিভিন্ন মত প্ৰকাশ কৰিছে।

স্থিতি

আশ্ৰমখন গছৰ শীতল ছাঁত স্থিত। আশ্ৰমখনৰ এফালে কেন্দ্ৰীয় কাৰাগাৰ আৰু আনফালে শ্মশান আছে।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

আশ্ৰমমহাত্মা গান্ধীভাৰতৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাবৰমতী আশ্ৰম” প্ৰবন্ধৰ সংশোধন ২৫৬৫৩২ (২৭ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।