অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সানন্দা

সানন্দা (বাংলা: সানন্দা, ওড়িয়া: ସାନନ୍ଦା) হৈছে ভাৰতৰ কলকাতাৰ পৰা এবিপি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত বাংলা পষেকীয়া মহিলা আলোচনী৷ আলোচনীখন সাধাৰণতে প্ৰতি মাহৰ ১৫ আৰু ৩০ তাৰিখে প্ৰকাশ পায়। ১৯৮৬ চনৰ পৰা বাংলা ভাষাত প্ৰকাশিত হোৱা এই আলোচনীখনৰ ওড়িয়া সংস্কৰণ আৰম্ভ হয় ২০০৫ চনৰ পৰা।

হালনাগাদ: ১৫ জুন ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সানন্দা (বঙালী ভাষা: সানন্দা, ওড়িয়া ভাষা: ସାନନ୍ଦା) হৈছে ভাৰতৰ কলিকতাৰ পৰা এবিপি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত বঙালী ভাষা পষেকীয়া নাৰী আলোচনী৷১২ আলোচনীখন সাধাৰণতে প্ৰতি মাহৰ ১৫ আৰু ৩০ তাৰিখে প্ৰকাশ পায়। ১৯৮৬ চনৰ পৰা বাংলা ভাষাত প্ৰকাশিত হোৱা এই আলোচনীখনৰ ওড়িয়া সংস্কৰণ আৰম্ভ হয় ২০০৫ চনৰ পৰা।

ইতিহাস

সানন্দা আলোচনীৰ প্ৰকাশ আৰম্ভ হয় ১৯৮৬ চনৰ পৰা।৩ প্ৰথম সংখ্যাটো ১৯৮৬ চনৰ ৩১ জুলাই, ১৯৮৬ চনত প্ৰকাশ পাইছিল১ আৰু ই তাৎক্ষণিকভাৱে সফলতা লাভ কৰিছিল। আলোচনীখন বঙালী ভাষাত ছপা কৰা হয়।৩ ইয়াৰ মূল প্ৰিন্ট ৰান ৩০,০০০ হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও প্ৰথম সংখ্যাটো ৭৫,০০০ বিক্ৰী হৈছিল।৪ ইয়াৰ প্ৰথম সম্পাদক আছিল বাংলা ভাষাৰ বিখ্যাত পৰিচালিকা আৰু অভিনেত্ৰী অপৰ্ণা সেন।২ তেওঁৰ পিছত ২০০৫ চনত আলোচনীখনৰ মুখ্য সম্পাদক পদত অধিষ্ঠিত হয় মধুমিতা চট্টোপাধ্যায়।২ সেই বছৰতে আলোচনীখনৰ ওড়িয়া ভাষা সংস্কৰণ আৰম্ভ হয়।২

তথ্যসূত্ৰ

  1. ↑ Sananda Magazine. Magzter
  2. ↑ Pritha Mitra. (12 December 2005). Bengali magazine 'Sananda' to don a new look. Afaqs
  3. ↑ Amrita Madhukalya. (19 July 2015). Of recipes and G-spots: On India's 'magazine era'. dna
  4. ↑ Subroto Sengupta. (25 January 2005). Brand Positioning: Strategies for Competitive Advantage. Tata McGraw-Hill Education. পৃ. 68. ISBN 978-0-07-058159-3

সম্পৰ্কিত শ্ৰেণী

বাংলা আলোচনীভাৰতত প্ৰকাশিত আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সানন্দা” প্ৰবন্ধৰ সংশোধন ৬১২৪০৩ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।