অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সতীশ চন্দ্ৰ বসুমতাৰী

সতীশ চন্দ্ৰ বসুমতাৰী(Satish Chandra Basumatary); এজন ভাৰতীয় বড়ো জনগোষ্ঠী কবি, নাট্যকাৰ, সমাজকৰ্মী। তেওঁ বড়ো সাহিত্য সভাৰ দ্বিতীয় সভাপতি আছিল। বডো সাহিত্যৰ নৱজাগৰণৰ যুগ আৰু বিবাৰ যুগৰ এজন উল্লেখযোগ্য ব্যক্তি আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সতীশ চন্দ্ৰ বসুমতাৰী(Satish Chandra Basumatary); এজন ভাৰতীয় বড়ো জনগোষ্ঠী কবি, নাট্যকাৰ, সমাজকৰ্মী। তেওঁ বড়ো সাহিত্য সভাৰ দ্বিতীয় সভাপতি আছিল। বডো সাহিত্যৰ নৱজাগৰণৰ যুগ আৰু বিবাৰ যুগৰ এজন উল্লেখযোগ্য ব্যক্তি আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্ম প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। ১৯২৪ চনত প্ৰথম বড়ো আলোচনী বিবাৰৰ সম্পাদক কৰিছিল।১২তেওঁক মৃত্যুৰ পিছত Mengnw Rwngwi Jwhwlao উপাধিৰে সন্মানিত কৰা হয়। ১

আৰম্ভণি জীৱন

১৯০১ চনৰ ১৬ নৱেম্বৰত ধুবুৰী জিলাৰ (বৰ্তমান কোকৰাঝাৰ) বালুকমাৰী গাঁৱত বড়ো জনগোষ্ঠী পৰিয়াল থান্দৰাম বসুমতাৰী আৰু খোৱলৌ বসুমতাৰীৰ ঘৰত জন্মগ্ৰহণ কৰে। ধুবুৰী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰি পিছলৈ কটন বিশ্ববিদ্যালয়, গুৱাহাটীলৈ পঢ়িবলৈ যায়। তেওঁ ৭৩ বছৰ বয়সত ১৬ নৱেম্বৰ, ১৯৭৪ চনত কোকৰাঝাৰত শেষ নিশ্বাস ত্যাগ কৰে।

কাম

নাটক

  • ৰাণী লাইমুতি (১৯২৪)
  • নাইফিনজাইৱী
  • বিখানী অৰ
  • Dwrswn Jwhwlao (২০০৫)

তথ্যসূত্ৰ

  1. ↑ "Satish Chandra Basumatary (1901-1974)" Retrieved 9 May 2017
  2. ↑ -泸州市餐饮管理客服中心

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতীশ চন্দ্ৰ বসুমতাৰী” প্ৰবন্ধৰ সংশোধন ৪৪৬১২৮ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।