শ্ৰীনাথ দ্বিজে মহাভাৰতৰ আদি-পৰ্ব,দ্ৰৌপদী-স্বয়ংবৰ,দ্ৰোণ-পৰ্ব দেশী ভাষালৈ অনুবাদ কৰে। শ্ৰীনাথ দ্বিজে কোচবেহাৰৰ প্ৰাণনাৰায়ণ ৰজাৰ (ইং ১৬২৫-৬৫) অনুপ্ৰেৰণা লাভ কৰিছিল। দ্ৰোণ পৰ্বত শ্ৰীনাথ দ্বিজে আত্মপৰিচয় এইদৰে দিছে:
প্ৰাণ-নাৰায়ণদেৱে আজ্ঞা পৰমাণে।
দ্ৰোণ-পৰ্ব কথা বিৰচিল শুদ্ধ মনে॥১
তথ্যসূত্ৰ
- ↑ ড: সত্যেন্দ্ৰনাথ শৰ্মা. (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃ. ১৭৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীনাথ দ্বিজ” প্ৰবন্ধৰ সংশোধন ৫১২৪১১ (২৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।